🔴Part-677(107:01-07)Al-Maa'oon

✔️Part-677(107:01-07)Al-Maa'oon
✔️Video-By Muktabul: https://t.ly/ERXUn 
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️Pre-Page:Part-677(107:01-07)Al-Maa'oon
এই ছুৰাটোত ১-৩ নং আয়াতত তিনিটা কথা কৈছে:

১)অনাথক কঠোৰভাৱে নেগলেক্ট কৰে,
২)দুখীয়াক খানা নুখুৱাই বা আনক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
৩)সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।

সাধাৰণতে এই কামবোৰ সকলোৱে কৰে কিন্তু এৰা-ধৰাকৈ কৰে। সন্মান সহকাৰে মনপুতি নকৰে। 

এই কামবোৰৰ বাবে ২৪x৭ এলাৰ্ট থাকিব লাগিব। ইয়েই ডাইমি ছালাত(https://quran-syedraf.blogspot.com/2023/10/daimi-salat7023.html) যেনে ধৰক আপুনি অত্যন্ত ব্যস্ত হৈ থকা বাবে ওপৰৰ কামবোৰৰ বাবে আপোনাৰ সহায় এজনে বিচাৰিলে। আপুনি তেওঁক ক'লে আপুনি ব্যস্ত আন এদিন আহিব বা ধমকি এটাই মাৰি দিলে.....। 

আপোনাৰ উক্ত কথাখিনিৰ ভিত্তিত আল্লাহে কৈছেযে
আল্লাহে যি ভাল কামৰ কথা কৈছে তাক আপুনি মনোযোগ দিয়া নাই অথবা এই কাম আনক দেখুৱাবলৈহে কৰে। এনে কাম কৰা লোকক আল্লাহে বেয়া পাইছে। এতিয়া ৪-৬ নং আয়াতত এই কামবোৰক আল্লাহে ছালাত বুলি কৈছে।((তাৰ মানে দৈনিক ৫ ৱক্ত নামাজক ছালাত বুলি কোৱা নাই))।
আৰু ইয়াক পালন কৰাই ছালাত কায়েম কৰা🏇(إِقَامَ الصَّلَاةِ)। ছালাত কায়েম কৰিলেহে পবিত্ৰ/বিশুদ্ধ হ'ব। যেনেকৈ চাবোন মাৰি গা ধুলে চাফা হয়, ইয়েই জাকাত-৪নং 🏇চাব(إِيتَاءَ الزَّكَاةِ)।

এনেকুৱা মানুহে শেষ বিচাৰৰ দিনটোক বিশ্বাস নকৰে(এনেই মুখেৰে কয় বা ৫ পাৰে কিন্তু ইছলামিক স্তম্ভত থাকি তাকে চঅ'আপ কৰি থাকে কিন্তু কোৰআনৰ লগত দিন ৰাত কোৰআন আওৰোৱাৰ বাহিৰে কোৰআন বুজাত মন নিদিয়ে),

আমি উক্ত ধৰণৰ আল্লাহৰ কথাবোৰক ১০৪নং ছুৰা "হুমাঝাহ"ত ছালাত বুলি কৈছিলো (🍁তলতে লিংক আছে)। আৰু তাকেই আল্লাহে নিজেই এই ১০৭নং ছুৰাত(মা'ঊন) ৪-৬ নং আয়াতত স্পষ্ট কৰি দিলে।
* * * *
এই ছুৰাটোৱে ছালাতক সমাজ কল্যাণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সামূহিক ব্যৱস্থা হিচাপে শূন্য ব্যক্তিগত আচাৰ-ব্যৱহাৰৰ(ritualism) পৰা অতি স্পষ্টভাৱে পৃথক কৰিছে, অৰ্থাৎ ১০৪নং ছুৰা "হুমাঝাহ"ৰ টোকাত আমি উনুকি‌য়াই অহা ভেটিহীন ইছলামৰ ৫টা স্তম্ভত ৫ৱক্ত আসনৰ নামাজযে মূল্যহীন তাক কৈছিলো(🍁চাওঁক: https://rb.gy/gwvrb )। এই ছুৰাটোৱে  ১০৪নং ছুৰাৰ কথা প্ৰমাণিত কৰিছে।  আল-মা’উনক সঘনাই কিন্তু ভুলকৈ অনুবাদ কৰা হয় ‘সহায়’, ‘ক্ষুদ্ৰ দয়া’, ‘চুবুৰীয়াৰ প্ৰয়োজন’ আদি। ভাষিকভাৱে আৰু প্ৰসংগত ইয়াৰ অৰ্থ হৈছে “জীৱিকাৰ বসন্ত”(The Spring of Sustenance)।
(This Surah most vividly distinguishes Salaat as a Collective System closely tied to social welfare, from the empty individual ritualism. Al-Ma’oon is frequently but erroneously translated as 'assistance', 'small kindness', ‘neighborly needs' etc. Linguistically, and in the context it means, "The Spring of Sustenance."sa)
.___________________________________________
✔️The latest Academic & Rational Translation:

107:1-7  “Have you duly taken note of those who are practically falsifying (yukazziboo) the divine Mode of Conduct (Ad-Deen)? Be it understood once for all that these are the ones who are driving away (yadu’u) the helpless segment of society (al-yateem), and are not initiating (yahudhdhu) welfare schemes for the destitute and the penniless class (Ta’aam-il-Miskeen). Impose punishment (wayilun) on this category of responsible officials (Musalleen) who in fact exercise gross negligence (sahoon) in carrying out their duties (salaati-him); who only are showing off their status or positions (hum yuraa’oon), but actually are obstructing (yamna’oon) the flow of help, assistance, kindness and welfare (al-Maa’oon) to the people.”(Aurng).

(Google translate as it found, no guarantee:
শেহতীয়া একাডেমিক আৰু যুক্তিসংগত অনুবাদ:

১০৭:১-৭ “যিসকলে কাৰ্যতঃ ঈশ্বৰীয়(ঐশ্বৰিক আচৰণক আচৰণ (আদ-দীন) মিছা (yukazziboo-يُكَذِّبُ) কৰি আছে, তেওঁলোকৰ বিষয়ে আপুনি যথাযথভাৱে লক্ষ্য কৰিছেনে?  এবাৰ বুজি পোৱা হওক যে এইসকলেই সমাজৰ অসহায় শ্ৰেণীটোক (আল-য়াতিম-الْيَتِيمَ) খেদি পঠিয়াইছে (যাদুউ-يَدُعُّ), আৰু নিঃস্ব আৰু ধনহীন শ্ৰেণীৰ বাবে কল্যাণমূলক আঁচনি (যাহুধু-يَحُضُّ) আৰম্ভ কৰা নাই।  (তা'আম-ইল-মিস্কিন-طَعَامِ الْمِسْكِينِ)।  এই শ্ৰেণীৰ দায়িত্বশীল বিষয়া (মুছালিন-مُصَلِّينَ)ৰ ওপৰত শাস্তি (ৱাইলুন) আৰোপ কৰা যিসকলে প্ৰকৃততে নিজৰ কৰ্তব্য পালন কৰাত গুৰুতৰ গাফিলতি (ছাহুন) কৰে (ছালাতি-হিম);  যিসকলে কেৱল নিজৰ মৰ্যাদা বা পদবী দেখুৱাইছে (হুম ইউৰা’উন), কিন্তু প্ৰকৃততে জনসাধাৰণৰ প্ৰতি সহায়, সহায়, দয়া আৰু কল্যাণ (আল-মা’উন)ৰ প্ৰবাহত বাধা (য়ামনা’উন) কৰি আছে।”
.___________________________________________
মিনি সূচিঃPart-677(107:01-07)Al-Maa'oon
নামাজ মানে ছালাত নহয় আৰু ছালাত মানে পাঁচ ৱক্ত নামাজ নহয়। এই খণ্ডটো-৬৭৭ (১০৭-ছুৰা: মা'ঊন) বুজিম বুলি পঢ়িলে লগতে শুনিলে আমি লিখা/কোৱা কথাবোৰযে আল্লাহে স্পষ্ট কৰিছে  তাৰ সত্যতা উপলব্ধি কৰিব পাৰিব।
.___________________________________________
🔴১০৭:১
 أَرَأَيْتَ الَّذِي يُكَذِّبُ بِالدِّينِ
তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক*
(the judgement) অস্বীকাৰ কৰে?
.
✍️BB-ref:(95:7)*
.
✍️refs-ss: 53:33, 75:32, 95:7*. 
Takzeeb = To give lie = Deny in practice = Reject in daily life(sa).
(৫৫:৩৩
يَا مَعْشَرَ الْجِنِّ وَالْإِنْسِ إِنِ اسْتَطَعْتُمْ أَنْ تَنْفُذُوا مِنْ أَقْطَارِ السَّمَاوَاتِ وَالْأَرْضِ فَانْفُذُوا ۚ لَا تَنْفُذُونَ إِلَّا بِسُلْطَانٍ
হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা।
(Pl find the verse note of 55:33 in the link:
.
৭৫:৩২(see 31-32)
وَلَٰكِنْ كَذَّبَ وَتَوَلَّىٰ
বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
(Pl find the verses notes 75:32 I'm the link:
.
৯৫:৭
فَمَا يُكَذِّبُكَ بَعْدُ بِالدِّينِ
এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তোলে?
-Pl find the verse note of 95:7 in the link:
.
✍️107:1 HAST THOU ever considered [the kind of man] who gives the lie to all moral law?

Note:
I.e., who denies that there is any objective validity in religion as such and, thus, in the concept of moral law (which is one of the primary connotations of the term din - cf. on 109:6). Some commentators are of the opinion that in the above context din signifies "judgment", i.e., the Day of Judgment, and interpret this phrase as meaning "who calls the Day of Judgment a lie".(as).
(Google translate: যিয়ে ধৰ্মৰ কোনো বস্তুনিষ্ঠ বৈধতা আছে বুলি অস্বীকাৰ কৰে আৰু তেনেকৈয়ে নৈতিক নিয়মৰ ধাৰণাটোত (যিটো din শব্দটোৰ অন্যতম প্ৰাথমিক অৰ্থ - cf. on 109:6)।  কিছুমান ধাৰাভাষ্যকাৰৰ মতে ওপৰৰ প্ৰসংগত ডিনে "বিচাৰ" অৰ্থাৎ বিচাৰৰ দিনক বুজায় আৰু এই বাক্যাংশটোক "বিচাৰৰ দিনক কোনে মিছা বুলি কয়" বুলি ব্যাখ্যা কৰে।
-১০৯:৬
لَكُمْ دِينُكُمْ وَلِيَ دِينِ
তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।)
.___________________________________________
🔴১০৭:২
فَذَٰلِكَ الَّذِي يَدُعُّ الْيَتِيمَ
সি সেইজনেই, যিয়ে ✔️১অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
.
✍️Verse/Note:
107:2 He is the one who repels the orphan, the widow, the helpless, the one in a lonely state. [89:10, 69:34](sa).
(৮৯:১০(see 9-11)
وَفِرْعَوْنَ ذِي الْأَوْتَادِ
আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)
.
৬৯:৩৪
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।
-Pl find the verse note of 69:34 in the link:
.___________________________________________
🔴১০৭:৩
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু সি ✔️২দুখীয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
.
✍️Versr-sa:
107:3 And urges not the feeding of the needy. And participates not in helping those who have lost their jobs, whose businesses have stalled, and whose hard earned income is insufficient to meet their basic needs.
.___________________________________________
🔴১০৭:৪
فَوَيْلٌ لِلْمُصَلِّينَ
এতেকে ধ্বংস সেইবিধ ✅ছালাত আদায়কাৰীসকলৰ,(🏇).
.
✍️Verse/Note-sam:
4 Then woe to the performers of duty:1 —

1. Arabic root: ṣ-l-w. See note to 2:3. Generically, ṣallā means to perform duty. The active participle of the form II verb (muṣall–) as here, occurs only at 70:22, 74:43, 107:4 — comparison of the instances of which is instructive.
(৭০:২২(see 70:19-35)
إِلَّا الْمُصَلِّينَ
কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,
-Pl find the verses notes of 19-35 in the link:

.
৭৪:৪৩(see 74:42-50) to 
قَالُوا لَمْ نَكُ مِنَ الْمُصَلِّينَ
সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো,
.
✍️ref-(🏇):
২১:৭৩
وَجَعَلْنَاهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَا إِلَيْهِمْ فِعْلَ الْخَيْرَاتِ وَإِقَامَ الصَّلَاةِ وَإِيتَاءَ الزَّكَاةِ ۖ وَكَانُوا لَنَا عَابِدِينَ
আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, চালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলো; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
(Pl find the verse note of 21:73 in the link:

(Note: consider the time gap- 
today 23.08.2023 and 21.07.2021)
.___________________________________________
🔴১০৭:৫
الَّذِينَ هُمْ عَنْ صَلَاتِهِمْ سَاهُونَ
যিসকলে নিজৰ ✅ছালাতত অমনোযোগী,
.___________________________________________
🔴১০৭:৬
الَّذِينَ هُمْ يُرَاءُونَ
যিসকলে ✅আনক দেখুৱাবলৈহে কৰে,
.___________________________________________
🔴১০৭:৭
وَيَمْنَعُونَ الْمَاعُونَ
আৰু সৰু-সুৰা ✔️৩গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।
.
✍️Verse/Note:
107:7 And, with all this, they hinder the flow of sustenance (by hoarding).

Note:
Ma'n= Running water. Mu’eein = Source of sustenance with plenty of fresh water springs. 23:50(sa).
(Google translate as it found, no guarantee:
107:7 আৰু, এই সকলোবোৰৰ সৈতে, তেওঁলোকে জীৱিকাৰ প্ৰবাহত বাধা দিয়ে (জমা কৰি)।

 টোকা:
 মা'ন= বৈ যোৱা পানী।  মু’ইইন = প্ৰচুৰ পৰিমাণে মিঠা পানীৰ বসন্ত থকা জীৱিকাৰ উৎস। ২৩:৫০)
(২৩:৫০
وَجَعَلْنَا ابْنَ مَرْيَمَ وَأُمَّهُ آيَةً وَآوَيْنَاهُمَا إِلَىٰ رَبْوَةٍ ذَاتِ قَرَارٍ وَمَعِينٍ
আমি মাৰইয়ামৰ পুত্ৰ আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলো আৰু তেওঁলোকক আশ্ৰয় দিছিলো এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।)
.___________________________________________
।।ছুৰা সমাপ্ত।।
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[107:1] Have you (s) seen (Ara-ai'ta) one who (Ellazii) denies (Yukazzibu Bi) the judgement (95:7) (Ed'Diin)?
[107:2] And (Fa) that (Zaalika) is one who (Ellazii) forsakes (Yadu”u) the orphan (El'Yatiim)
[107:3] and (Wa) does not (Laa) urge on (Yahuddu Ålaa) feeding (Toååmi) of the poor (El'Mis'kiin). 
[107:4] So (Fa) woe (Wai'lun) to the worshippers (Lil' Musolliin),
[107:5] those (Hum) who (Ellaziina) are heedless (Saahuun) of (Ån) their prayer (Solaati-him’),
[107:6] those (Hum) who (Ellaziina) are ostentatious (show off) (Yuraa’uun),
[107:7] and (Wa) they forbid (Yam'nauuna) assistance (El'Maa’uun)*.
।।।______________________________________।।।
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 23.08.2023-Naz-villa✔️
🔴Work Progress ~ 99.71%
🟡Approx. Pages~ 4,512 nos.
⚫Parts ~ 677 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)