🌀🔳৩০-মিনি সূচিঃছূৰা আল-ৰুম(০১-৬০)
🔳367- Mini-cont:Part-367(30:01-19)Al-Room 30:1(আলিফ-লাম-মীম।✔️(হুৰুফ মুক্কাতাট) 30:8[bil-haqq(God has not created this otherwise than in accordance with truth)] 30:11(আল্লাহেই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব) 30:13(আৰু (আল্লাহৰ লগত কৰা) সিহঁতৰ শ্বৰিকসকল সিহঁতৰ বাবে ছুপাৰিছকাৰী নহ'ব-see note) 30:15(যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সুখ-শান্তিত থাকিব-see note) 30:16(কোৰআনত থকা আল্লাহৰ নিদৰ্শনসমূহক জানি/নাজানি অস্বীকাৰ কৰা সকলে আখিৰাতত আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে। তেওঁলোকে শাস্তি পাব।) 30:17-18✅(বহু অনুবাদকাৰীয় এই দুই আয়াতক তথাকথিত হাদিসৰ ৫ ৱক্ত ছালাত বুলিকৈ মানুহক বিপথে পৰিচালিত কৰে। উদাহৰণস্বৰূপে প্ৰায় সকলোৰে ঘৰত থকা "কোৰআন বোধ" ত উক্ত আয়াত দুটা উলিয়াই তাৰ তলত দিয়া টোকা চাই পৰীক্ষা কৰিব পাৰে।- See Sp.Note) . 🔳368- Mini-Cont:Part-368(30:20-27)Al-Room [নিদৰ্শনাৱলী(signs,proofs(*Aayaati-hi)] 30:20(সৃষ্টি আৰু বৈচিত্ৰ্যত ঈশ্বৰৰ চিন) 30:21✅(The Creation of Eve- see so note) (Marriage must be based on mutual love and care be...