Posts

Showing posts with the label 🌗👉Part-481(46:01-05)Al-Ahqãf

🌗Part-481(46:01-05)Al-Ahqãf(The Dunes)

✔️Part-481(46:01-05)Al-Ahqãf(The Dunes) ✔️Video- https://youtu.be/4XKjfUWD3Gg .___________________________________________ 🔴VIDEO PRE-LECTURE: এই ভিডিঅ'ৰ আৰম্ভণিতে মুক্তাবুল হুছেইন চাহাবে অতি গুৰুত্বপূৰ্ণ কিছু কথা আগ বঢ়াইছে। কোৰআনৰ কথাবোৰ যদি সূক্ষ্ম ভাবে নিজে বিশ্লেষণ কৰি নাচাই তেন্তে চয়তানে লগেলগেই বেলেগ ভাবে বুজাই দিব। এই কাৰণে কোৰআন পঢ়াৰ সময়ত আল্লাহে চয়তানৰ পৰা বাছিবলৈ আল্লাহৰ আশ্ৰয় বিচাৰিবলৈ কৈছে।  ।।। কোৰআন ১৪০০+বছৰৰ পূৰ্বেই নাযিল হ'ল। এতিয়া নবী মহম্মদ (আ:ছা:) নাই। গতিকে, যেতিয়া কোৰআন বুজি পঢ়িবলৈ ধৰে তেতিয়া সেই আয়াত আপোনাৰ ওপৰত নাযিল হৈ যায় (আৰু ইয়াৰ শিক্ষা আল্লাহে নিজেই দিব)। ইয়াৰ প্ৰমাণ ৭:২-৩ ত চাব। ⬇️ কোৰআন যি বুজি পঢ়ে তেওঁৰ ওপৰত নাযিল হয়।  প্ৰমাণ ৭:২ আৰু ৭:৩.... তাত ক'লে: ৭:২ত "তোমাৰ" ওপৰত। ৭:৩ত "তোমালোক"ৰ বুলি ক'লে। ।।।। ইয়াৰ অৰ্থ হ'ল: মহম্মদৰ(আ:ছা:) কথা কোৱা নাই।।।। ⬇️ ৭:২ كِتَابٌ أُنْزِلَ إِلَيْكَ➡️1 فَلَا يَكُنْ فِي صَدْرِكَ حَرَجٌ مِنْهُ لِتُنْذِرَ بِهِ وَذِكْرَىٰ لِلْمُؤْمِنِينَ এই কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হ...