Posts

Showing posts with the label 💚Part-408(37:14-34)As-Sãffãt

💚Part-408(37:14-34)As-Sãffãt (The Arrangers)

✔️Part-408(37:14-34)As-Sãffãt (The Arrangers) ___''(৩৭-ছুৰা আছ-ছাফ্ফাত-মুঠ আয়াত-১৮২)__ __"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__ ✔️Video- https://youtu.be/cX_bqYcInh8 .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। .___________________________________________ মিনি সূচিঃPart-408(37:14-34)As-Sãffãt ৩৭:১৫(যাদু মানে প্ৰতাৰণা, ছলনা। যিয়েই কোৰআনৰ ৱহীক যাদু বুলি কয় বা ইয়াৰ ওপৰত সন্দেহৰ প্ৰশ্ন তুলে সেইসকলেই  কুফুৰ কৰে অৰ্থাৎ কোৰআন মানিব নিবিচৰা মানুহৰূপী চয়তান (১১৪:৪-৬):টোকা চাওঁক) ৩৭:২৩[হিদায়ৎ ভাললৈও হ'ব পাৰে বেয়ালৈও হ'ব পাৰে (সিহঁতক জাহান্নামৰ পথ(ه د ى)দেখুৱাই দিয়া] ৩৭:২৭(LEADERS AND FOLLOWERS BLAME EACH OTHER) ৩৭:৩৫(The First Commandment-When they were told, "Laa Elaaha Ella Allah) ._...