🟪Part-380(33:01-08)Al-Ahzãb(The Parties)
🌾৩৮০-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-380(33:01-08)Al-Ahzãb(The Parties) Video- https://youtu.be/GNhpxdo7sWQ (Spiritual and Physical Relationship-33:1-8) . মিনি সূচিঃPart-380(33:01-08)Al-Ahzãb ৩৩:১✅(The definition of: Expression of "Nabi", Taqwa, Shrik/Kafir, Munafiq) ৩৩:২✅(ৱহীৰ অনুকৰণ আৰু অনুসৰণ-টোকা চাব) ৩৩:৩(কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা) ৩৩:৪(মুখেৰে কলে বুলিলেই সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়-টোকা চাওঁক)(জায়দক নবীৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা নহ’ব) ৩৩:৫(Note on Din) ৩৩:৬(Note on- mumin,Al-kitāb,kitāb-Allah, maʿrūf) ৩৩:৭(আল্লাহে নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল-টোকা চাব) ৩৩:৮(In the Hereafter, the truthful shall stand as witnesses how the Prophets conveyed their messages and how their people received them- See Note) . 🟢৩৩:১ يَا أَيُّهَا النَّبِيُّ اتَّقِ اللَّهَ وَلَا تُطِعِ الْكَافِرِينَ وَالْمُنَافِقِينَ ۗ إِنَّ اللَّهَ كَانَ عَلِيمًا حَكِيمًا হে নবী📍1 আল্লাহৰ তাক্বৱা📍2 অৱলম্বন কৰা আৰু কাফিৰ📍3, মুনাফিকসকলৰ📍4 আনুগত্য নকৰিবা। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰ...