🌀🟩৩৮-মিনি সূচি:(ص)ছুৰা-ছা'দ (০১-৮৮)
🟩415-মিনি সূচিঃPart-415(38:01-07)ছুৰা-ছা'দ ✔️💥Thanks Muktabul https://bit.ly/3UNClTE ➡️৩৮:১[আল্লাহৰ বাণী বুজি পঢ়ি(Quran) চিন্তা-চৰ্চা(89:5-و-Quranic oaths)কৰি মনত ৰাখি (Zikr)সেইমতে ইবাদত* কৰক (* https://bit.ly/3Vd8ljI )] ➡️৩৮:২(৯৯%ই কোৰআনৰ সত্যটো স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰে কাৰণ এনে স্বীকৃতিৰ অৰ্থ হ'ব আল্লাহৰ প্ৰতি মানুহৰ দায়িত্ব স্বীকাৰ কৰা - আৰু এইটোৱেই তেওঁলোকৰ মিছা অহংকাৰে, যিটো মানুহৰ "স্বনিৰ্ভৰশীলতা"ৰ ওপৰত তেওঁলোকৰ অহংকাৰী বিশ্বাসত প্ৰকাশ পায়-টোকা/লিংক চাওঁক: https://bit.ly/3hPRWU5 ) ➡️৩৮:৪✅(Quranic definition of الْكَافِرُونَ:Press Link: https://bit.ly/3EGzGVd - Imp.link note) ➡️৩৮:৭(Note: সমাজত চলি থকা বহুবাদক বহু মুছলমানে একত্ববাদ এৰি ৩² ৰে ইছলাম চলাই আছে। কোৰআনৰ একত্ববাদৰ কথা কলে কয়, কোনে এইটো নতুন ধৰ্ম উলিয়ালে!) . 🟩416-মিনি সূচিঃ Part-416(38:08-20)Saad(ص) ৩৮:৮(See Note**"on people who refuse to accept the truth" ie Zikr means Quran) ৩৮:৯(কাক অনুগ্ৰহ কৰা উচিত বা অনুচিত সেই বিষয়ে সিদ্ধান্ত লোৱাটো একমাত্ৰ আল্লাহৰ কাম) ৩৮:১৪(সিহঁতৰ প্ৰত্যে...