Posts

Showing posts with the label 🟥Part-394(34:38-44)Saba

🟥Part-394(34:38-44)Saba'(Sheb)

🌿Part-394(34:38-44)Saba'(Sheb) 🌿Video- https://youtu.be/VgrbqrJQ8Ws .________________________________________. "বিশ্লেষণাত্মক কোৰআন চৰ্চা"।।ভিডিঅ'+লেখা।। .________________________________________. মিনি সূচিঃPart-394(34:38-44)Saba 34:41✅(if someone claims to serve God, if he is following other teachings for salvation, he is serving Satan-See link) .________________________________________. 🟪৩৪:৩৮ وَالَّذِينَ يَسْعَوْنَ فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ فِي الْعَذَابِ مُحْضَرُونَ আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে*, সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব। . ✍️BB-ref:(34:5)* ৩৪:৫ وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ لَهُمْ عَذَابٌ مِنْ رِجْزٍ أَلِيمٌ আৰু যিসকলে আমাৰ আয়াতক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি। . ২২:৫১ وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী। .__________________________...