Posts

Showing posts with the label 💚Part-412-(37:107-127)As-Sãffãt

💚Part-412-(37:107-127)As-Sãffãt(The Arrangers)

✔️Part-412-(37:107-127)As-Sãffãt(The Arrangers) ✔️ Video- https://youtu.be/i7E_7mgpcGs ➡️এই ভিডিঅ'টো চোৱাটো জৰুৰী। __"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__ .___________________________________________ মিনি সূচিঃPart-412-(37:107-127)As-Sãffãt ৩৭:১০৭✅ وَفَدَيْنَاهُ بِذِبْحٍ عَظِيمٍ আৰু আমি তেওঁক মুক্ত কৰিলো এটা মহা কুৰবানীৰ বিনিময়ত। (ইয়াত কোৰবানি মানে জন্তুৰ কোৰবানি নহয় Special Note on Animal Quarbani) ৩৭:১১২(Birth of Isaac) ৩৭:১১৪-১২৭(MOSES, AARON AND ELIAS: HONOURED MESSENGERS) ৩৭:১১৬-১১৭✅[(ref:অৱশ্যে আমি মুছা আৰু হাৰূনক দান কৰিছিলো ফুৰক্বান, যিখন মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ)(Kitabal Mustabeen(الْكِتَابَ الْمُسْتَبِينَ) = The Book that helped to distinguish = The Torah. Kitabil Mubeen = The Book that distinguishes = The Qur’an)] ৩৭:১২৩[ref:The Hebrew prophet Elijah (Ilyas in Arabic) is mentioned in the Bible-see note] .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয...