🌀🌇৭৮
🌇628-629-মিনি সূচিঃPart-628-629(78:01-06(07-19)Al-Naba (Refutation against the Idolators' Denial of the Occurrence of the Day of Judgement) ৭৮:৬-৭(পৃথিৱীখনক শয্যা আৰু পৰ্বতসমূহক পেৰেক বনোৱাৰ কি অৰ্থ?-টোকা) ৭৮:৯-১১(দিন,ৰাতি,নিদ্ৰা- ৯ত টোকা আছে) ৭৮:১৭-১৯(নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।) . 🌇630-মিনি সূচিঃPart-630(78:20-40)Al-Naba' ৭৮:২০(On the Day of Resurrection, mountains will be blown up as if they were a mirage - Note). ৭৮:২২(আৰবী: ṭāghūt/তাগুত মানে কি?-টোকা) ৭৮:২২-৩০(তাগুত বৰ্জন নকৰা পাপীবোৰ দোজখত যুগ যুগ ধৰি অৱস্থান কৰিব - বিশেষ টোকা আছে) ৭৮:৩১-৩৭(মুত্তাক্বীসকলৰ বাবে আছে সফলতা।ref:এইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত-২:২- মুত্তাক্বীসকলৰ কোন?-টোকা আছে) ৭৮:৩৭-৩৮(Not Intercession; Only Testimony to the Truth.The Myth of Intercession-Note) ৭৮:৪০(আল্লাহে বিভিন্ন ধৰণে আপনাক শেষ বিচাৰৰ দিনাটোৰ বাবে সতর্ক কৰি দিছে। যদি সতর্ক নহয় আযাবে আপোনাক গ্রাস কৰি পেলাব।) 🌇🌇 Chapter end 🌇🌇