Posts

Showing posts with the label 🌀🛢️৯০

🌀🛢️৯০

🛢️মিনি সূচিঃPart-658-659(90:01-20)Al-Balad ৯০:১-৪(পৱিত্ৰ নগৰী হ'ল বাক্কা-৯০:১, উত্তম আদৰ্শ- নবী ইব্ৰাহিমৰ-৩৩:২১, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ ''ইব্ৰাহিমক"-১৭:১ ৯০:১০-২০(আল্লাহে দুটা পথ দেখুৱাইছে, এটা ভাল আনটো চয়তানি পথ। ভাল পথটো এক দুৰ্গম পথ। এই দুৰ্গম পথ অতিক্ৰম কৰিবলৈ নিজৰ দাস মুক্ত কৰিব লাগিব। দাস থাকিলেই সেই দাসৰ আপুনি প্ৰভু। নিজে প্ৰভু হলে আল্লাহৰ একত্ববাদত সংঘৰ্ষিত হ'ব, অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰিব লাগিব, নিকটাত্মীয় এতীমক,অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক সহায় কৰিব লাগিব। এনে কৰিলেই আপুনি হৈ পৰিব ঈমানদাৰ আৰু আল্লাহেই আপোনাৰ অভিভাৱক হ'ব, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়। য'ত আছে জন্নত। ইয়াৰ বিপৰীত চয়তানৰ পথত থকা সকলে কোৰআনৰ আয়াতমতে ইবাদত নকৰিব তেওঁলোক জহান্নামত যাব লাগিব, য'ত থাকিব কেৱল জুই) 🛢️🛢️ chapter end 🛢️🛢️