🔴Part-327(24:30-33)An-Noor(Light)
🔵Part-327(24:30-33)An-Noor(Light) 🔵 https://youtu.be/eIMQkU4epHU Muktabul ।।। 🔵মিনি সূচিঃPart-327(24:30-33)An-Noor ২৪:৩০-৩১✅(Dresscode in Islam-see videos and Notes) ২৪:৩২(ENCOURAGE MARRIAGE) ২৪:৩৩[And let those who cannot afford to marry, live in continence (and protect their chastity-সতীত্ব-Note)] ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🟩২৪:৩০ قُلْ لِلْمُؤْمِنِينَ يَغُضُّوا مِنْ أَبْصَارِهِمْ وَيَحْفَظُوا فُرُوجَهُمْ ۚ ذَٰلِكَ أَزْكَىٰ لَهُمْ ۗ إِنَّ اللَّهَ خَبِيرٌ بِمَا يَصْنَعُونَ মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত। . ✍️Note:link: https://muktabulraf.blogspot.com/2022/08/2430meaning-of-lower-your-gaze.ht...