🌲Part-439(40:57-64)Ghãfer(Forgiver)
✔️Part-439(40:57-64)Ghãfer(Forgiver) ✔️Video- https://youtu.be/HLoK1ijFytU .___________________________________________ 🟣 Special Message: নিশ্চয় যিসকলে অহংকাৰ কৰি আল্লাহৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব-৪০:৬৯ৰ টোকাবোৰ চাব। .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। .___________________________________________ মিনি সূচিঃPart-439(40:57-64)Ghãfer ৪০:৫৭(Awesome Construction of the Universe-see Note) ৪০:৫৮(অন্ধ আৰু দৃষ্টিসম্পন্ন, সৎকৰ্ম আৰু অসৎকৰ্ম কৰা ব্যক্তি কেতিয়াও সমান নহয়, তেওঁলোকে অতি সামান্যইহে উপদেশ গ্ৰহণ কৰে -See note-সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?) ৪০:৫৯(নিশ্চয় কিয়ামত আহিবই। যদি বিশ্বাস কৰে সতৰ্ক নহয় কিয়?-টোকা চাব) ৪০:৬০(Supplication: A Form of Worship/Ibadat-Whenever you...