🟨Part-426(39:30-41)Az-Zumar(The Groups)
✔️Part-426(39:30-41)Az-Zumar(The Groups) ✔️ Video- https://youtu.be/MdzqUmKFVOY "বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" সেইদিনা তোমালোকক কোৰআনৰ বিষয়ে সোধ-পোছ কৰা হ’ব। .___________________________________________ মিনি সূচিঃPart-426(39:30-41)Az-Zumar ৩৯:৩০✅(Hadith: A Gross Blasphemy-"You (Muhammad) will surely die, just like they will die")(Interesting video inside note 3:144) ৩৯:৩১(তাৰ পিছত কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা-43:44 / 25:30) ৩৯:৩২(Note of -✅"al kāfirūn") ৩৯:৩৮(tawakkaltu-mutawakkilūn-আল্লাহৰ ওপৰত ভৰষা মানে কি?-See Note/link) ৩৯:৪১(Meaning of al kitāb, bil ḥaqqi-টোকা) .___________________________________________ .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ...