🌼Part-406(36:61-83)Ya Sin(End)
✔️Part-406(36:61-83)Ya Sin(End) ✔️Video- https://youtu.be/BuhIlD_1T0E ✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" ✅সম্পূৰ্ণ ছুৰা৩৬-য়া-ছীন: .___________________________________________ Reward and Punishment(Verses 36:51-67) The Resurrection (Verses 36:68-83) .___________________________________________ মিনি সূচিঃPart-406(36:61-83)Ya Sin(End) ৩৬:৬১✅(ইবাদত আৰু সৰল পথ-See Note/link) ৩৬:৬৫(THE QURAN: A WARNING FOR THOSE WHO ARE ALIVE-সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ) ৩৬:৬৮(মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বলৰূপে-Do good when fit to do so) ৩৬:৬৯-৭০✅(কোৰআনঃ আল্লাহৰ ৱহী কোনো কাব্য গ্ৰন্থ নহয়। ই হৈছে এক সতৰ্ক আৰু উপদেশমালা যাক বুজি পঢ়ি মনত ৰাখি সেইমতে ইবাদত কৰা হয়। যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে আৰু কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত কৰিব পাৰে। ইয়েই সুস্পষ্ট কোৰআন।) ৩৬:৭১-৭৩(ঘৰচীয়া প্ৰাণী মানুহৰ উপকাৰৰ বাবেই আল্লাহে বনাইছে) ৩৬:৭৪-৭৬(The gods of the Idolators are not able to help Them-see Note/ref) ৩৬:৭৭-৮৩(মৃত্যুৰ পিছত জীৱ...