Posts

Showing posts with the label 🌀📦৫৭

🌀📦৫৭

📦543-মিনি সূচিঃPart-543(57:01-04)Al-Hadeed ‏Video Template Sub: ‏আদেশ কেৱল মাত্ৰ আল্লাহৰেই(إِنِ الْحُكْمُ إِلَّا لِلَّهِ)-Analysis. ৫৭:১-২(আকাশমণ্ডল আৰু পৃথিৱীয় সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। সৰ্বময় কৰ্তৃত্ব তেওঁৰেই।) ৫৭:৩(আল্লাহেই আদি আৰু অন্ত) ৫৭:৪{তাৰকাৰাজ্য সৃষ্টিত=২দিন,বসবাসযোগ্য হ’বলৈ পৃথিৱী সৃষ্টিত=৪দিন,মুঠ=৬দিন)-টোকা চাব} •সময় আপেক্ষিকঃ •আকাশৰ পৰা পৃথিৱীলৈকে ১দিন=আমাৰ ১,০০০ বছৰ(৩২:৫) •ফিৰিস্তাসকল আৰু ৰূহৰ ঊৰ্দ্ধগামীতাৰ ১দিন= আমাৰ ৫০,০০০ বছৰ(৭০:৪) . 📦544-মিনি সূচিঃPart-544(57:05-08)Al-Hadeed ৫৭:৫(আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব আল্লাহৰ) ৫৭:৭("Believe in God and His messenger" Do the word Believe in messenger invite us to idolise the prophet?-See Note. [ref:যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত হৈছে সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই জাহান্নামী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব-২:২৫৭)(সিহঁতে তোমাক প্ৰশ্ন কৰে, সিহঁতে কি ব্যয় কৰিব?...