🔴Part-677(107:01-07)Al-Maa'oon
✔️Part-677(107:01-07)Al-Maa'oon ✔️Video-By Muktabul: https://t.ly/ERXUn .___________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .___________________________________________ ✔️Pre-Page:Part-677(107:01-07)Al-Maa'oon এই ছুৰাটোত ১-৩ নং আয়াতত তিনিটা কথা কৈছে: ১)অনাথক কঠোৰভাৱে নেগলেক্ট কৰে, ২)দুখীয়াক খানা নুখুৱাই বা আনক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। ৩)সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে। সাধাৰণতে এই কামবোৰ সকলোৱে কৰে কিন্তু এৰা-ধৰাকৈ কৰে। সন্মান সহকাৰে মনপুতি নকৰে। এই কামবোৰৰ বাবে ২৪x৭ এলাৰ্ট থাকিব লাগিব। ইয়েই ডাইমি ছালাত( https://quran-syedraf.blogspot.com/2023/10/daimi-salat7023.html ) যেনে ধৰক আপুনি অত্যন্ত ব্যস্ত হৈ থকা বাবে ওপৰৰ কামবোৰৰ বাবে আপোনাৰ সহায় এজনে বিচাৰিলে। আপুনি তেওঁক ক'লে আপুনি ব্যস্ত আন এদিন আহিব বা ধমকি এটাই মাৰি দিলে.....। আপোনাৰ উক্ত কথাখিনিৰ ভিত্তিত আল্লাহে কৈছেযে আল্লাহে যি ভাল কামৰ কথা কৈছে তাক আপুনি মনোযোগ দিয়া ন...