🟨Part-428(39:50-59)Az-Zumar(The Groups)
✔️Part-428(39:50-59)Az-Zumar(The Groups) ✔️Video- https://youtu.be/0h-OXCjLTTc .___________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" ।।সেইদিনা তোমালোকক কোৰআনৰ বিষয়ে সোধ-পোছ কৰা হ’ব-৪৩:৪৪,২৫:৩০।। .___________________________________________ মিনি সূচিঃPart-428(39:50-59)Az-Zumar [[৩৯:৫৩-৫৯✅(অতি গুৰুত্বপূৰ্ণ আয়াত। সেই মহা বিপদ অহাৰ আগেয়ে নিজকে শুদ্ধৰাই অৰ্থাৎ মৃত্যুৰ আগতে কোৰআনৰ অভিমুখী হওঁক। কাৰণ প্ৰত্যেক দিনাই টোপনিত ৰুহ বাহিৰ কৰা হয়-৩৯:৪২ আৰু মৃত্যুৰ আগ মুহূৰ্ত্তত তওবা কবুল নহয়-৪:১৮। গতিকে তিলমানো সময় নষ্ট নকৰিব। নহ'লে বৰ প্ৰস্তাৱ -৩৯:৫৬-৫৯। ✅(To fb-আজিৰ এই ৯টা আয়াত থকা খণ্ডটো কেবাটাও বিশেষ কাৰণত চোৱাটো জৰুৰী।তাৰে এটাৰ কাৰণ হৈছেঃ আল্লাহৰ কথা কোৱাৰ ষ্টাইল, য'ত ব্যৱহৃত হৈছে iltifāt (إلتفات) style.(39:53)]] .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগ...