Posts

Showing posts with the label 🌀✅ ৫৫

🌀✅৫৫

✅532-533-মিনি সূচিঃPart-532-533(55:01-04)(05-13) Ar-Rahmaan(Most gracious) ৫৫:১-৪(আগ-কথা চাব-✅DO WE NEED SCHOLARS TO UNDERSTAND THE QURAN? WHO IS THE TEACHER?(55:1-4) ৫৫:৫-৬(সূৰ্য চন্দ্ৰ তৃণলতা বৃক্ষাদিয়ে আল্লাহৰ হুকুম মানি চলে। চাজদাৰ সূত্ৰ লিংকত চাব) ৫৫:৮(তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা) ৫৫:১৩(এতেকে তোমালোক উভয়ে(মানব আৰু জিন) তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?) . ✅534-মিনি সূচিঃPart-534(55:(13)14-20)Ar-Rahmaan ৫৫:১৩✅(...উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?-বিশেষ টোকাৰ লিংক চাব) ৫৫:১৪(The Creation of Humans and Jinns) ৫৫:১৭(আল্লাহেই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক) ৫৫:১৯-২০{আল্লাহে দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া-টোকা চাব} . ✅535-মিনি সূচিঃPart-535(55:21-34)Ar-Rahmaan ৫৫:২১(এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?-টোকা চাব) ৫৫:২৪("পাহাৰৰ দৰে সাগৰত" আল্লাহৰ নিদৰ্শনাৱলীৰ(آيَاتِهِ) মাজত আছে সাগৰত চলাচল কৰা পৰ্বতসদৃশ নৌযানসমূহ-টোকা আছে) ৫৫:২৭(ref:তুমি আল্লাহৰ ...