💙PART-374(31:12-19)-Luqmãn
🌻৩৭৪-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) PART-374(31:12-19)-Luqmãn VIDEO- https://youtu.be/u3sftXQLbE4 ।।। Short-Cont:PART-374(31:12-19)-Luqmãn 31:12(Luqman Shares Wisdom with His Son) 31:13✅(Note:Shrik,mushrik,kafir) 31:14-15(আল্লাহে মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছো। কিন্তু সিহঁতে যদি তোমাৰ ওপৰত বল প্ৰয়োগ কৰে আল্লাহৰ লগত শ্বিৰ্ক কৰিবলৈ যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা।) 31:16(নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী-See note) 31:17✅(ছালাত কায়েম কৰা,সৎকৰ্মৰ আদেশ কৰা আৰু অসৎকৰ্ম নিষেধ কৰা,বিপদৰ সময়ত ধৈৰ্য ধাৰণ কৰা আদিবোৰ পালন কৰিবলৈ দৃঢ় সংকল্পৰ প্ৰয়োজন। আল্লাহৰ ওপৰত তাক্বৱা অৱলম্বনেই হ’ব দৃঢ় সংকল্পৰ কাম।।(ছালাত কায়েম কৰা মানে প্ৰচলিত ৫ ৱক্ত নামাজ নহয়) 31:18(ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে- Note) 31:19(তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, গাধৰ মাত অপ্ৰীতিকৰ) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত ...