🟢Part-315(22:65-78)Al-Hajj(Pilgrimage)End
🟦Part-315(22:65-78)Al-Hajj(Pilgrimage)End 🟦 https://youtu.be/M7TWMIEof50 Muktabul ।।। 🟦মিনি সূচিঃPart-315(22:65-78)Al-Hajj-End 22:65✅(The Flat Earth Model is in total contradiction to the Quranic information due to the force of gravity) 22:67✅(মহম্মদ আ:ছা: সৰল পথত প্ৰতিষ্ঠিত আৰু মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত আছিল) 22:71(সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই-note) 22:72(হিংসা আৰু যুদ্ধংদেহ: অবিশ্বাসৰ চিন) 22:73(Can They Create a Fly?) 22:74(ref:সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁহাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব) 22:75(Angels being message-bearers = Angels of revelation to the Prophets). 22:77✅(আল্লাহৰ ওচৰত সফল হ'বলৈ মুমিন হ'ব লাগিব। মুমিন হ'বলৈ ৰুকু, ছাজদাহেৰে নিজক আত্মসমৰ্পণ কৰিব লাগিব। কেৱল উঠা বহাই সমৰ্পণ নহয়। ইয়াৰ বাবে লাগিব সৎকৰ্মৰ সৈতে আল্লাহৰ ইবাদত। ইবাদত কি? লিংক চাওঁক) 22:78(এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোক...