Posts

Showing posts with the label 🌀🟡২৮-মিনি সূচিঃ আল-কাছাছ(০১-৮৮)

🌀🟡২৮-মিনি.সূচিঃআল.কাছাছ(০১-৮৮)

🔺353-মিনি সূচিঃPART-353(28:01-10)Al-Qasas Pre-Page, Assume Sections.... ২৮:১-২(হুৰুফ মুক্কাতাট) ২৮:৪(Divide and rule- See note) ২৮:৫(আল্লাহে নিপীড়িতসকলক ক্ষতিপূৰণ দিয়ে) ২৮:৭(MOSES BEGINS HIS JOURNEY) ২৮:৯(কেঁচুৱা মুছা যেন সিংহৰ গুহাৰ ভিতৰত) . 🔺354-মিনি সূচিঃPART-354(28:11-19)Al-Qasas ২৮:১২(The Infant Returned to His Mother) ২৮:১৪(মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলো-টোকা) ২৮:১৫(মুছা নৰহত্যাকাৰীত পৰিণত হয়) ২৮:১৬✅(ক্ষমা খোজাৰ দোৱাঃ "LORD (Rabbi), indeed I have (Innii) wronged (Zolam'tu) my soul (Naf'sii), so (Fa)forgive me (Eg'fir' Lii)," رَبِّ إِنِّي ظَلَمْتُ نَفْسِي فَاغْفِرْ لِي  ২৮:১৯(Moses' Crime Exposed) . 🔺355-বিশেষ- টোকাঃPART-355(28:20-28)Al-Qasas ২৮:২০[এই আয়াতত أَقْصَى  {(আক্বছা) বুলি এটা শব্দ আছে ইয়াৰ অৰ্থ the farthest-দূৰৱৰ্তী} (Aq'soa)}। ইয়াৰ লগত যি শব্দই প্ৰয়োগ কৰে সেইটো দূৰৈত হ'ব। ১৭:১ নং আয়াতত হাদিসে ইয়াৰ কি অৱস্থা কৰিলে ইয়াত দিয়া লিংক চাব] ২৮:২১:(যিসকলে আল্ল...