Posts

Showing posts with the label 🌼Part-403(36:13-32)Ya Sin

🌼Part-403(36:13-32)Ya Sin

✔️Part-403(36:13-32)Ya Sin ✔️Video- https://youtu.be/I-b8KvMg8Jc ✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" ._________________________________________ 🟥🟥🟥🟥🟥🟥ৰঙা-দলিছা🟥🟥🟥🟥🟥🟥 এজনে কোৰআনৰ কথাকৈ আল্লাহৰ একত্বৰ পিনে আহ্বান কৰাত আৰু এজন লগহৈ দুজন হ'ল।দুজনৰ পৰা তিনিজন হ'ল।  এওঁলোক তিনিজনৰ আহ্বানৰ প্ৰতি সহাৰি জনাই জনতাই ৰঙা দলিছা পাৰি স্বাগতম নজনায়। বৰং গালি গালাজৰ উপৰিও পাথৰ মৰাৰ দৰে কাম কৰিবলৈ কুন্ঠাবুধ নকৰে। সীমাৰ বাহিৰৰ পৰা সাধাৰণ মানুহ এজনে উক্ত তিনিজনৰ কথাবোৰ বুজিলে আৰু পাথৰ মাৰিবলৈ ধৰাসকলক বুজনি দিলেযে তিনিজনে কোৱা কথা মানি লোৱা। এই চতুৰ্থজনৰ বিষ‌য়ে পঢ়ক⬇️ এই খণ্ডৰ ভিডিঅ' চাবই চাব, কাৰণ ছুৰা ‌য়া-ছীনৰ বিষয়ে এনে শুনা আৰু পঢ়াৰ কথা আপোনাৰ হয়তো মনত নপৰে।। ._________________________________________ মিনি সূচিঃPart-403(36:13-32)Ya Sin ৩৬:১৩(Messengers were Rejected by their People) ৩৬:১৪(এখন নগৰলৈ তিনিজন ৰছুল আহিছিল) ৩৬:১৫(ref-কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।) ৩৬:১৭(স্পষ্টভাৱে প্ৰচ...