Posts

Showing posts with the label 🟪Part-381(33:09-20)Al-Ahzãb

🟪Part-381(33:09-20)Al-Ahzãb(The Parties)

🌿৩৮১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-381(33:09-20)Al-Ahzãb(The Parties) Video- https://youtu.be/MFqdx57LJUM . (মদীনাৰ ওপৰত মিত্ৰশক্তিৰ আক্ৰমণ (৩৩:৯-২৭) ।।। মিনি সূচিঃPart-381(33:09-20)Al-Ahzãb ৩৩:৯(আক্ৰমণকাৰীৰ বিৰুদ্ধে মুছলিমে নিজকে ৰক্ষা কৰে) ৩৩:১০-১১(refs: মানুহে ভাৱিছে নেকি যে, ‘আমি ঈমান আনিছো’ এইবুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেয়ে এৰি দিয়া হ’ব?) ৩৩:১২✅[(নবীৰ চাহাবাসকলৰ মাজত ভণ্ড (মুনাফিক) আছিল-see sp. Note] ৩৩:১৩✅(মহম্মদ (আ:ছা:)লৈকে মদিনা বুলি কোনো চহৰ নাছিল,আছিল য়াথ্ৰিব(يَثْرِبَ)বুলি- টোকা)(এই বিষয়ে ফে:বু:ত🔺 কিছু আলোচনা/সমালোচনা চলি আছে। ইয়াৰ সাৰাংশ পিছত সংযোজিত কৰা হ'ব:🔺 https://bit.ly/3fVAUTF ) ৩৩:২০(আ’ৰাব বা মৰুবাসীসকল কিছুমান কুফৰী আৰু নিফাক্বত আছিল) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। ।।। 🔵৩৩:৯(আক্ৰমণকাৰীৰ বিৰুদ...