🟪Part-381(33:09-20)Al-Ahzãb(The Parties)

🌿৩৮১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)
Part-381(33:09-20)Al-Ahzãb(The Parties)
.
(মদীনাৰ ওপৰত মিত্ৰশক্তিৰ আক্ৰমণ (৩৩:৯-২৭)
।।।
মিনি সূচিঃPart-381(33:09-20)Al-Ahzãb
৩৩:৯(আক্ৰমণকাৰীৰ বিৰুদ্ধে মুছলিমে নিজকে ৰক্ষা কৰে)
৩৩:১০-১১(refs: মানুহে ভাৱিছে নেকি যে, ‘আমি ঈমান আনিছো’ এইবুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেয়ে এৰি দিয়া হ’ব?)
৩৩:১২✅[(নবীৰ চাহাবাসকলৰ মাজত ভণ্ড (মুনাফিক) আছিল-see sp. Note]
৩৩:১৩✅(মহম্মদ (আ:ছা:)লৈকে মদিনা বুলি কোনো চহৰ নাছিল,আছিল য়াথ্ৰিব(يَثْرِبَ)বুলি- টোকা)(এই বিষয়ে ফে:বু:ত🔺 কিছু আলোচনা/সমালোচনা চলি আছে। ইয়াৰ সাৰাংশ পিছত সংযোজিত কৰা হ'ব:🔺https://bit.ly/3fVAUTF)
৩৩:২০(আ’ৰাব বা মৰুবাসীসকল কিছুমান কুফৰী আৰু নিফাক্বত আছিল)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
।।।
🔵৩৩:৯(আক্ৰমণকাৰীৰ বিৰুদ্ধে মুছলিমে নিজকে ৰক্ষা কৰে)
يَا أَيُّهَا الَّذِينَ آمَنُوا اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ جَاءَتْكُمْ جُنُودٌ فَأَرْسَلْنَا عَلَيْهِمْ رِيحًا وَجُنُودًا لَمْ تَرَوْهَا ۚ وَكَانَ اللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا
হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যেতিয়া শত্ৰু বাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলো ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিটো তোমালোকে দেখা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
.
✍️AS-ref:৩:১২৪
إِذْ تَقُولُ لِلْمُؤْمِنِينَ أَلَنْ يَكْفِيَكُمْ أَنْ يُمِدَّكُمْ رَبُّكُمْ بِثَلَاثَةِ آلَافٍ مِنَ الْمَلَائِكَةِ مُنْزَلِينَ
স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা, ‘এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে, তোমালোকৰ প্ৰতিপালকে তিনি হেজাৰ ফিৰিস্তা অৱতীৰ্ণ কৰি তোমালোকক সহযোগিতা কৰিব’?
.
🔵৩৩:১০
إِذْ جَاءُوكُمْ مِنْ فَوْقِكُمْ وَمِنْ أَسْفَلَ مِنْكُمْ وَإِذْ زَاغَتِ الْأَبْصَارُ وَبَلَغَتِ الْقُلُوبُ الْحَنَاجِرَ وَتَظُنُّونَ بِاللَّهِ الظُّنُونَا
যেতিয়া সিহঁতে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তোমালোকৰ ওপৰৰ পৰা আৰু নিম্নফালৰ পৰা, তেতিয়া তোমালোকৰ চকু থৰ লাগিছিল আৰু তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈ পৰিছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা।
.
✍️Verse/note/refs:
33:10. When enemy forces stormed upon you from all directions, it was such a difficult time that your eyes were stupefied with horror and your hearts thumped with fear, as if they 
would jump on to your throats. And those (amongst you) who were weak started 
developing doubts about Allah's promise. (2:214; 3:141; 9:16; 29:2.)pz.
(Google translate no guarantee:
৩৩:১০-যেতিয়া শত্ৰু বাহিনীয়ে সকলো দিশৰ তোমালোকৰ ওপৰত আক্ৰমণ চলাইছিল, তেতিয়া ইমান কঠিন আছিল
সময় যেতিয়া তোমালোকৰ চকু ভয়ত স্তম্ভিত হৈ পৰিছিল আৰু তোমালোকৰ হৃদয় ভয়ত থুপ খাইছিল, যেন সিহঁতে ডিঙিত জপিয়াই পৰিব।  আৰু যিসকল (তোমালোকৰ মাজত) দুৰ্বল আছিল, তেওঁলোকে আৰম্ভ কৰিলে
 আল্লাহৰ প্ৰতিজ্ঞাক লৈ সন্দেহৰ সৃষ্টি কৰা।  (২:২১৪; ৩:১৪১; ৯:১৬; ২৯:২।)
(২:২১৪
أَمْ حَسِبْتُمْ أَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا يَأْتِكُمْ مَثَلُ الَّذِينَ خَلَوْا مِنْ قَبْلِكُمْ ۖ مَسَّتْهُمُ الْبَأْسَاءُ وَالضَّرَّاءُ وَزُلْزِلُوا حَتَّىٰ يَقُولَ الرَّسُولُ وَالَّذِينَ آمَنُوا مَعَهُ مَتَىٰ نَصْرُ اللَّهِ ۗ أَلَا إِنَّ نَصْرَ اللَّهِ قَرِيبٌ
তোমালোকে ভাৱিছা নেকি যে, তোমালোকে জান্নাতত প্ৰৱেশ কৰিবা অথচ এতিয়াও তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ-সংকট আৰু দুখ-কষ্টই সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীত-কম্পিত হৈছিল। আনকি ৰাছুল আৰু তেওঁৰ সংগী-সাৰথি ঈমান্দাৰসকলে কৈ উঠিছিল, ‘আল্লাহৰ সহায় কেতিয়া আহিব’? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি ওচৰত।
.
৩:১৪১
وَلِيُمَحِّصَ اللَّهُ الَّذِينَ آمَنُوا وَيَمْحَقَ الْكَافِرِينَ
আৰু যাতে আল্লাহে মুমিনসকলক পৰিশুদ্ধ কৰিব পাৰে লগতে কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে।
.
৯:১৬
أَمْ حَسِبْتُمْ أَنْ تُتْرَكُوا وَلَمَّا يَعْلَمِ اللَّهُ الَّذِينَ جَاهَدُوا مِنْكُمْ وَلَمْ يَتَّخِذُوا مِنْ دُونِ اللَّهِ وَلَا رَسُولِهِ وَلَا الْمُؤْمِنِينَ وَلِيجَةً ۚ وَاللَّهُ خَبِيرٌ بِمَا تَعْمَلُونَ
তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেয়ে এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।
(Ref.of 9:16-see link:
মানুহে ভাৱিছে নেকি যে, ‘আমি ঈমান আনিছো’ এইবুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেয়ে এৰি দিয়া হ’ব?
.
২৯:২
أَحَسِبَ النَّاسُ أَنْ يُتْرَكُوا أَنْ يَقُولُوا آمَنَّا وَهُمْ لَا يُفْتَنُونَ
মানুহে ভাৱিছে নেকি যে, ‘আমি ঈমান আনিছো’ এইবুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেয়ে এৰি দিয়া হ’ব?
.
🔵৩৩:১১
هُنَالِكَ ابْتُلِيَ الْمُؤْمِنُونَ وَزُلْزِلُوا زِلْزَالًا شَدِيدًا
তেতিয়া মুমিনসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে প্ৰকম্পিত হৈছিল।
.
🔵৩৩:১২(নবীৰ চাহাবাসকলৰ মাজত মুনাফিক)
وَإِذْ يَقُولُ الْمُنَافِقُونَ وَالَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ مَا وَعَدَنَا اللَّهُ وَرَسُولُهُ إِلَّا غُرُورًا
আৰু স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছিল সিহঁতে কৈছিল, ‘আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেয়া প্ৰতাৰণাৰ বাহিৰে আন একো নহয়’।
.
✍️নবীৰ চাহাবাসকলৰ মাজত ভণ্ড/মুনাফিকো আছিল:
.
🔵৩৩:১৩
وَإِذْ قَالَتْ طَائِفَةٌ مِنْهُمْ يَا أَهْلَ يَثْرِبَ لَا مُقَامَ لَكُمْ فَارْجِعُوا ۚ وَيَسْتَأْذِنُ فَرِيقٌ مِنْهُمُ النَّبِيَّ يَقُولُونَ إِنَّ بُيُوتَنَا عَوْرَةٌ وَمَا هِيَ بِعَوْرَةٍ ۖ إِنْ يُرِيدُونَ إِلَّا فِرَارًا
আৰু যেতিয়া সিহঁতৰ এটা দলে কৈছিল, ‘হে ইয়াছৰিবৰ📍 অধিবাসীসকল! (ইয়াত ৰাছুলৰ ওচৰত প্ৰতিৰোধ কৰাৰ বাবে) তোমালোকৰ কোনো স্থান নাই। এতেকে তোমালোকে (ঘৰলৈ) উভতি যোৱা’, আৰু সিহঁতৰ মাজৰ এটা দলে নবীৰ ওচৰত অব্যাহতি বিচাৰি প্ৰাৰ্থনা কৰি কৈছিল, ‘আমাৰ ঘৰ-দুৱাৰসমূহ অৰক্ষিত’; অথচ সেইবোৰ অৰক্ষিত নাছিল, আচলতে পলাই যোৱাটোহে আছিল সিহঁতৰ মূল উদ্দেশ্য।
.
🌾Note:📍
Yathrib was the name of the city that Muhammed and his supporters immigrated to and there they established a constitutional federal system accommodating a multi-religious and multi-racial diverse population. But now we cannot find the name of Yathrib on the map. The followers of hadith and sunna changed the name of the city after Muhammed just as they changed many other things. Since hadith is the product of later generations who started calling Yathrib with the word Medina (City), Muslims abandoned the original name, the name that is mentioned in the Quran and was used by Muhammed and his companions. This is one of the many evidences that prove our assertion that "Muslims" have deserted the Quran and are following hearsay as their guide (25:30)edip. 
(Google translate no guarantee:
মহম্মদ আৰু তেওঁৰ সমৰ্থকসকলে প্ৰব্ৰজন কৰা চহৰখনৰ নাম আছিল য়াথ্ৰিব আৰু তাত তেওঁলোকে বহু ধৰ্মীয় আৰু বহু বৰ্ণ বৈচিত্ৰ্যপূৰ্ণ জনসংখ্যাক গ্ৰহণ কৰা এক সাংবিধানিক ফেডাৰেল ব্যৱস্থা স্থাপন কৰিছিল।  কিন্তু এতিয়া আমি মানচিত্ৰত যথ্ৰিবৰ নাম বিচাৰি পোৱা নাই।  হাদীছ আৰু ছুন্নাৰ অনুগামীসকলে আন বহুতো কথা সলনি কৰাৰ দৰেই মহম্মদৰ নামেৰে চহৰখনৰ নাম সলনি কৰিলে।  যিহেতু হাদীছ পৰৱৰ্তী প্ৰজন্মৰ উৎপাদন যিসকলে মদীনা (চহৰ) শব্দৰে য়াথ্ৰিবক মাতিবলৈ আৰম্ভ কৰিছিল, মুছলমানসকলে মূল নামটো পৰিত্যাগ কৰিছিল, যিটো নাম কোৰআনত উল্লেখ আছে আৰু মহম্মদ আৰু তেওঁৰ সহযোগীসকলে ব্যৱহাৰ কৰিছিল।  এইটো বহুতো প্ৰমাণৰ ভিতৰত এটা যিয়ে আমাৰ এই দাবীক প্ৰমাণ কৰে যে "মুছলমানসকলে" কোৰআন ত্যাগ কৰি তেওঁলোকৰ পথ প্ৰদৰ্শক হিচাপে শুনা কথা অনুসৰণ কৰিছে (২৫:৩০)।
.
✍️Note:
The town for which the Prophet left his home, and became its head. However, the Arabia Felix thesis advances a case for Yathrib as a place called Yatrib in the Dhamār province of Yemen.(sam).
(যি নগৰৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ ঘৰ এৰি তাৰ মুৰব্বী হৈ পৰিল।  কিন্তু আৰব ফেলিক্স থিছিছত য়েমেনৰ ধামাৰ প্ৰদেশৰ য়াত্ৰিব নামৰ ঠাই হিচাপে য়াথ্ৰিবৰ বাবে এটা যুক্তি আগবঢ়াইছে।)
.
🔵৩৩:১৪
وَلَوْ دُخِلَتْ عَلَيْهِمْ مِنْ أَقْطَارِهَا ثُمَّ سُئِلُوا ⬅️الْفِتْنَةَ لَآتَوْهَا وَمَا تَلَبَّثُوا بِهَا إِلَّا يَسِيرًا
আৰু যদি বিভিন্ন ফালৰ পৰা সিহঁতৰ বিৰুদ্ধে শত্ৰুসকলে প্ৰৱেশ কৰিলেহেঁতেন, তাৰ পিছত সিহঁতক বিশ্বাসঘাটকতা(শ্বিৰ্ক) কৰাৰ বাবে আহ্বান জনোৱা হ’লে সিহঁতে অৱশ্যে সেয়া কৰিলেহেঁতেন, সিহঁতে সেইটো কৰিবলৈ অকণো পলম নকৰিলেহেঁতেন।
.
✍️Quranic useage Fitnah:
.
🔵৩৩:১৫
وَلَقَدْ كَانُوا عَاهَدُوا اللَّهَ مِنْ قَبْلُ لَا يُوَلُّونَ الْأَدْبَارَ ۚ وَكَانَ عَهْدُ اللَّهِ مَسْئُولًا
অৱশ্যে সিহঁতে পূৰ্বে আল্লাহৰ লগত অঙ্গীকাৰ* কৰিছিল যে, সিহঁতে পৃষ্ঠ** প্ৰদৰ্শন নকৰিব। আৰু আল্লাহৰ লগত কৰা অঙ্গীকাৰ সম্পৰ্কে অৱশ্যে (সিহঁতক) সোধা হ’ব।
(**turn the backs; i.e. flee)
.
✍️Sam-ref:
২:২৭
الَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে  আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে , সিহঁতেই ক্ষতিগ্ৰস্থ।
.
🔵৩৩:১৬
قُلْ لَنْ يَنْفَعَكُمُ الْفِرَارُ إِنْ فَرَرْتُمْ مِنَ الْمَوْتِ أَوِ الْقَتْلِ وَإِذًا لَا تُمَتَّعُونَ إِلَّا قَلِيلًا
কোৱা, ‘যদি তোমালোকে মৃত্যু অথবা হত্যাৰ ভয়ত পলাব বিচাৰিছা, তেন্তে সেই পলায়ন তোমালোকৰ কোনো উপকাৰত নাহিব, কিন্তু তেনে ক্ষেত্ৰত তোমালোকক অকণমানহে ভোগ কৰিবলৈ সুযোগ দিয়া হ’ব’।
.
🔵৩৩:১৭
قُلْ مَنْ ذَا الَّذِي يَعْصِمُكُمْ مِنَ اللَّهِ إِنْ أَرَادَ بِكُمْ سُوءًا أَوْ أَرَادَ بِكُمْ رَحْمَةً ۚ وَلَا يَجِدُونَ لَهُمْ مِنْ دُونِ اللَّهِ وَلِيًّا وَلَا نَصِيرًا
কোৱা, ‘কোনে তোমালোকক আল্লাহৰ পৰা ৰক্ষা কৰিব, যদি তেওঁ তোমালোকক কোনো ক্ষতি কৰিব বিচাৰে, নাইবা তোমালোকক ৰহমত দান কৰিব বিচাৰে’? আৰু সিহঁতে আল্লাহৰ বাহিৰে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।
.
🔵৩৩:১৮
۞ قَدْ يَعْلَمُ اللَّهُ الْمُعَوِّقِينَ مِنْكُمْ وَالْقَائِلِينَ لِإِخْوَانِهِمْ هَلُمَّ إِلَيْنَا ۖ وَلَا يَأْتُونَ الْبَأْسَ إِلَّا قَلِيلًا
আল্লাহে অৱশ্যে জানে তোমালোকৰ মাজত কোনসকল বাধা প্ৰদানকাৰী আৰু কোনবিলাকে সিহঁতৰ ভাতৃক কয়, আমাৰ ফালে গুচি আহা, সিহঁতে অতি সামান্যহে যুদ্ধ কৰে,
.
🔵৩৩:১৯
أَشِحَّةً عَلَيْكُمْ ۖ فَإِذَا جَاءَ الْخَوْفُ رَأَيْتَهُمْ يَنْظُرُونَ إِلَيْكَ تَدُورُ أَعْيُنُهُمْ كَالَّذِي يُغْشَىٰ عَلَيْهِ مِنَ الْمَوْتِ ۖ فَإِذَا ذَهَبَ الْخَوْفُ سَلَقُوكُمْ بِأَلْسِنَةٍ حِدَادٍ أَشِحَّةً عَلَى الْخَيْرِ ۚ أُولَٰئِكَ لَمْ يُؤْمِنُوا فَأَحْبَطَ اللَّهُ أَعْمَالَهُمْ ۚ وَكَانَ ⬅️ذَٰلِكَ عَلَى اللَّهِ يَسِيرًا
তোমালোকৰ বিষয়ত (সিহঁতৰ সহায় প্ৰদান আৰু বিজয় কামনাত) কৃপণতা কৰাৰ কাৰণে। এতেকে যেতিয়া ভীতি (বিপদ) আহিব তেতিয়া তুমি দেখিবা, সিহঁতে মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই তোমাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া বিপদ আঁতৰি যায় তেতিয়া সিহঁতে ধনৰ লালসাত তোমালোকক তীক্ষ্ণ ভাষাত বিদ্ধ কৰে। সিহঁতে ঈমান অনা নাই ফলত আল্লাহে সিহঁতৰ আমলসমূহ নিষ্ফল কৰিছে আৰু এইটো আল্লাহৰ বাবে অতি *সহজ।
.
✍️Sam-ref:
(*dhālika ʿalā at 22:70.
২২:৭০
أَلَمْ تَعْلَمْ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاءِ وَالْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
তুমি নাজানা নে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি *সহজ।
.
🔵৩৩:২০
يَحْسَبُونَ الْأَحْزَابَ لَمْ يَذْهَبُوا ۖ وَإِنْ يَأْتِ الْأَحْزَابُ يَوَدُّوا لَوْ أَنَّهُمْ بَادُونَ فِي الْأَعْرَابِ(El’A'raabi)* يَسْأَلُونَ عَنْ أَنْبَائِكُمْ ۖ وَلَوْ كَانُوا فِيكُمْ مَا قَاتَلُوا إِلَّا قَلِيلًا
সিহঁতে ভাৱে যে, সন্মিলিত বাহিনী গুচি যোৱা নাই। যদি সন্মিলিত বাহিনী আকৌ আহি পৰে, তেতিয়া সিহঁতে কামনা কৰিব যে, ভাল হ’লহেঁতেন যদি সিহঁতে যাযাবৰ মৰুবাসীসকলৰ* লগত থাকি তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন! আনহাতে যদি সিহঁতে তোমালোকৰ লগত অৱস্থান কৰিলেহেঁতেন তেন্তে নাম মাত্ৰহে যুদ্ধ কৰিলেহেঁতেন।
.
✍️BB-ref:(9:97)*
৯:৯৭
الْأَعْرَابُ أَشَدُّ كُفْرًا وَنِفَاقًا وَأَجْدَرُ أَلَّا يَعْلَمُوا حُدُودَ مَا أَنْزَلَ اللَّهُ عَلَىٰ رَسُولِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আ’ৰাব বা মৰুবাসীসকল কুফৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ অধিক উপযোগী; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
✍️Sam-ref:
Arabic: (al) aʿrāb. See note to 9:90.
৯:৯০
وَجَاءَ الْمُعَذِّرُونَ مِنَ الْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ الَّذِينَ كَذَبُوا اللَّهَ وَرَسُولَهُ ۚ سَيُصِيبُ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ
আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।
।।।
word by word meaning:
[33:9] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), remember (Ez'kuru') the blessing of GOD
(Ni'mata-llahi) upon you (Ålai'kum) when (Iz') soldiers (Junuudun) approached you (Jaa'at-kum), and (Fa)
We sent (Ar'sal'naa) a wind (Riihan) and (Wa) soldiers (Junuudan) against them (Ålai'him) which (-haa) you 
could not (Lam) see (Taraw-). And (Wa) GOD (Ellahu) is (Kaana) cognizant (Basiira) of what (Bimaa) you do 
(Ta'maluun).
[33:10] When (Iz') they approached you (Jaauu-kum) from (Min) above you (Faw'qi-kum) and from 
(Wamin') below you (As'fala Minkum’), and (Wa) then (Iz') the eyesight (El'Ab'soaru) wandered (Zaagati),
and the hearts (El'Quluubu) reached (Balagati) the throats (El'Hanaajira), and you assumed (Tazunnuuna)
assumptions (Ez'Zunuun) about GOD (Billahi).
[33:11] There (Hunaalika); the believers (El'Mu'minuuna) were trialled (Eb'tuliya) and (Wa) were shaken
(Zul'zilu')
with a severe (Shadiidaa) shaking (Zil'zaalan).
[33:12] And (Wa) when (Iz') the hypocrites (El'Munaafiquuna) and those (Ellaziina) in (Fii) whose hearts 
(Quluubi-him) is disease (Maradun) said (Yaquulu), "What (Maa) GOD (Ellahu) and HIS messenger 
(Rasuulu-hu) promised us (Waåda-naa) was only (illa) delusion (illusion) (Guruuraa),"
[33:13] and (Wa) when (Iz') a faction (Toa’ifatun) among them (Min'hum’) said (Qaalat), "O (Yaa) people
(Ah'la) of Yathrib (Yath'riba), there is no (Laa) place (Muqaama) for you (Lakum), so (Fa) go back (Er'jiu')." 
And (Wa) a group (Fariiqu) among them (Min'humu) requested for the authorization (Yas'ta'zinu) of the 
Prophet (En'Nabiyya), saying (Yaquuluuna), "Indeed (Inna), our houses (Buyuuta-naa) are weak spots
(Åw'ratun)," while (Wa) they (Hiya) were not (Maa Bi) weak spots (Åw'ratin). They only (In illa) intended
(Yuriidu) to escape (Firaaraa).
[33:14] And (Wa) if (Law') they had entered to them (Dukhilat Ålai'him) from (Min') its regions (Aq'toari-
haa), then (Thumma) the riot (El'Fit'nata) which (-haa) had (La) occurred (Ataw-) would have been 
inquired (Suilu'), and (Wa) they would not (Maa) have remained (Talabbathu') for it (Bihaa) except (illa) to 
run (Yasiiraa).
[33:15] And (Wa) certainly (Laqad') they had (Kaanu') promised GOD (Ååhadu-llaha) earlier (Min Qab'lu)
that they will not (Laa) turn (Yuwalluuna) their backs (El'Ad'baara). Such (Wa) a promise to GOD (Åh'du-
llahi) will be (Kaana) accountable (Mas'uulaa).
[33:16] Say (Qul): "Escaping (El'Firaaru) will never (Lan) benefit you (Yanfaå-kumu), if (In) you should 
escape (Farar'tum) from (Mina) death (El'Maw'ti) or (Awi) killing (El'Qat'li); but (Wa) then (Izan) you would 
not (Laa) be made to enjoy (Tumattauuna) except (illa) a little (Qaliilaa)."
[33:17] Say (Qul): "Who (Man) is there that (Zaa-llazii) can protect you (Ya'simu-kum) from GOD 
(Minallahi), if (In') HE intends (Araada) evil for you (Suuan Bi-kum) or (Aw') intends (Araada) mercy for you 
(Rah'mat' Bi-kum)?" And (Wa) they will not (Laa) find (Yajiduuna) for themselves (Lahum)
any guardian
(Waliyyan) nor (Walaa) helper (Nasiiraa) other than GOD (Min Duuni-llahi).
[33:18] GOD (Ellahu) already (Qad') knows (Ya'lamu) the handicapped (El'Muåwwiqiina) among you 
(Minkum) and (Wa) those who say (El'Qaailiina) to (Li) their brethren (Ikh'waani-him), "Come (Halumma) to 
us (ilai'naa)," and (Wa) they do not (Laa) approach (Ya'tuuna) a battle (El'Ba'sa), except (illa) a little (Qaliilaa).
[33:19] They are stingy (Ashihhatan) towards you (Ålai'kum’). And (Fa) when (Izaa) fear (El'Khaw'fu) comes 
(Jaa'a), you see them (Ra'ai'ta-hum’) looking (Yanzuruuna) at you (s) (ilai'ka), their eyes (A'yunu-hum)
rotating (Taduuru) like (Ka) one who (Ellazii) is being overcome (Yug'shaa Ålai'hi) by (Mina) death 
(El'Maw'ti); but (Fa) when (Izaa) the fear (El'Khaw'fu) departs (Zahaba), they lash you (Salaquu-kum) with 
(Bi)
their tongues (Al'sinatin), lamenting (Hidaadin). They are stingy (Ashihhatan) toward (Ålaa) the good 
(El'Khai'ri). Those (U'laaika) do not (Lam') believe (Yu'minu'), so (Fa) GOD has foiled (Ah'bato-llahu) their 
deeds (A'maala-hum). And (Wa) that (Zaalika) is (Kaana) easy (Yasiiraa) for GOD (Ålaallahi). 
[33:20] They thought (Yah'sabuuna) the parties (El'Ah'zaaba)* have not (Lam') departed (Yaz'habu'). And 
(Wa) if (In) the parties (El'Ah'zaabu) should approach (Ya'ti), they (the hypocrites) would wish (Yawaddu' Law')
they (Annahum) were Bedouins (Baaduuna) among (Fii) the Arabs (9:97) (El’A'raabi), inquiring (Yas'aluuna)
about (An') your news (Anbaai-kum). And (Wa) had they been (Law' Kaanu') among you (Fiikum), they 
would not (Maa) fight (Qaataluu'), except (illa) a few (Qaliilaa).
.
🔵বিশ্লেষণাত্মক কোৰআন চৰ্চা -চৈয়দৰফিক
🟢বিশ্লেষণাত্মক ভিডিঅ'- #মুক্তাবুলহুছেইন

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)