🟦Part-401(35:36-45)Faater(Originator)
✔️Part-401(35:36-45)Faater(Originator) ✔️Video- https://youtu.be/W8JvAWVmgI0 ✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" ✔️সম্পূৰ্ণ ছুৰা ৩৫:ফা'তিৰ: https://bit.ly/3Tbb2B7 .___________________________________________ মিনি সূচিঃPart-401(35:36-45)Faater ৩৫:৩৬✅(ref-নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তি স্থায়ী হ’ব)(যিসকলে কুফৰী কৰিছে(الَّذِينَ كَفَرُوا)মানে-লিংক চাওঁক) ৩৫:৩৯(আল্লাহে মানুহক "পৃথিৱীৰ উত্তৰাধিকাৰী" কৰাটোৱে তেওঁক সঠিক আৰু অনুচিতৰ লগতে সত্য আৰু মিছাৰ মাজতো পৃথক কৰাৰ ক্ষমতা প্ৰদান কৰাটো বুজায়-টোকা চাব) ৩৫:৪০✅(আল্লাহে সিহঁতক এনে কোনো কিতাব দিছে নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰি শ্বিৰ্ক কৰে?বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে) ৩৫:৪১(The Flat Earth Model is in total contradiction to the Quranic information) ৩৫:৪৩✅{তুমি আল্লাহৰ পদ্ধতিত(سُنَّتِ اللَّهِ) কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা-See uses of Sunnatullah} ৩৫:৪৫✅(আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, ত...