Posts

Showing posts with the label 🌗Part-484(46:16-20)Al-Ahqãf

🌗Part-484(46:16-20)Al-Ahqãf(The Dunes)

✔️Part-484(46:16-20)Al-Ahqãf(The Dunes) ✔️Video- https://youtu.be/_ZZX9NuJMr0 .___________________________________________ টেমপ্লেটঃউৎকৃষ্ট আমলসমূহ মানে ঈমান অনা আৰু সৎকৰ্ম কৰা-৪৬:১৬।।জিন-৪৬:১৮।।কুফৰী কৰিছে মানে মূৰ্তি পূজকক বুজোৱা নাই, বুজাইছে যি কোৰআনৰ উপদেশ/সতৰ্কবাণী নেমানে-৪৬:২০ (টোকাবোৰ চাব) .___________________________________________ মিনি সূচিঃPart-484(46:16-20)Al-Ahqãf ৪৬:১৬(উৎকৃষ্ট আমলসমূহ মানে ঈমান অনা আৰু সৎকৰ্ম কৰা-👾ত লিংক চাব) ৪৬:১৮(জিন-Jinn-See link) ৪৬:২০(ইয়াত কুফৰী কৰিছে মানে মূৰ্তি পূজকক বুজোৱা নাই, বুজাইছে যি কোৰআনৰ উপদেশ/সতৰ্কবাণী নেমানে-See sp note)(যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে তেওঁলোকেই ফাছিক-টোকা) .___________________________________________ 👉বিশ্লেষণ - চৈয়দ ৰফিক 👉ভিডিঅ' - মুক্তাবুল হুছেইন(Pl see this Video) .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকা...