Posts

Showing posts with the label 🌀🌲৪০-মিনি সূচিঃ ছুৰা গা'ফিৰ(০১-৮৫)

🌀🌲৪০-মিনি সূচিঃ ছুৰা গা'ফিৰ(০১-৮৫)

🌲431-মিনি সূচিঃPart-431(40:01-05)Ghãfer(Forgiver) ৪০:১(হা-মীম(হুৰুফ মুক্কাতাট)-see link) ৪০:২(al kitāb?-link) ৪০:৩(What is Repentance -see link)(Meaning of dhunūb-ذَّنْبِ-transgressions/sin) ৪০:৪(Meaning of ayat, alladhīna kafarū) ৪০:৫(Meaning of al ḥaqq) . 🌲432-মিনি সূচিঃPart-432(40:06-09)Ghãfer ৪০:৬(alladhīna kafarū — those who ignore warning-See note) ৪০:৭✅(আল্লাহৰ আৰছৰ সবিশেষ-See sp notes) ৪০:৮-৯(মুমিনৰ বাবে ফিৰিস্তাৰ ইয়াতো-তাতো দোৱা। ওপৰত দিয়া ভিডিঅ' চাই বুজক) . 🌲433-মিনি সূচিঃPart-433(40:10-15)Ghãfer ৪০:১১(দুবাৰ মৃত্যু-Note) ৪০:১২(আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়-৩৯:৪৫ চাওঁক) ৪০:১৪(তোমালোকে কেৱল আল্লাহকেই আহ্বান কৰা তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ।) ৪০:১৫✅(তেৱেঁই নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা তেওঁৰ আদেশৰ পৰা অহী♦️ প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে-See imp link on Wahi/inspiration) . 🌲434-মিনি সূচিঃPart-434(40:16-22)Ghãfer ৪০:১৭(Prepare for the Big Day-আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।) ৪০:১৮(...