🔳Part-372(30:54-60)Al-Room-Ch.End.
💐৩৭২-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-372(30:54-60)Al-Room-Ch.End. Video- https://youtu.be/Dt5MqB2kri4 ।।। Short-Cont:Part-372(30:54-60)Al-Room-End. 30:56("মৃত লোকসকলক পুনৰুত্থান কৰা হ'ব আৰু আল্লাহৰ দ্বাৰা বিচাৰ কৰা হ'ব", এই কথাটো সেইদিনা কোৰআন বুজি পঢ়া সকলে জানিছিল; কিন্তু আওকাণ কৰি থকা সকলে গমেই নেপালে) 30:58(কোৰআনত মানুহৰ বাবে সকলো ধৰণৰ দৃষ্টান্ত দাঙি ধৰা হৈছে) 30:59✅(আল্লাহে মোহৰ মাৰি দিয়ে সিহঁতৰ অন্তৰত যিসকলে সত্যক আওকাণ কৰি মানিব নোখোজে -টোকা চাব) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। ।।। 🔺৩০:৫৪(The Different Stages of Man-God's laws of Creation) ۞ اللَّهُ الَّذِي خَلَقَكُمْ مِنْ ضَعْفٍ ثُمَّ جَعَلَ مِنْ بَعْدِ ضَعْفٍ قُوَّةً ثُمَّ جَعَلَ مِنْ بَعْدِ قُوَّةٍ ضَعْفًا وَشَيْبَةً ۚ يَخْلُقُ مَا يَشَاءُ ۖ وَهُوَ ا...