🍎Part-502-503(49:01-09)Al-Hujurãt(The Walls)
✔️Part-502-503(49:01-09)Al-Hujurãt (The Walls) ✔️Videos- Muktabul Hussain 502- https://youtu.be/mLLKURbjjlg 503- https://youtu.be/1dklUH1N-N8 .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩ .___________________________________________ মিনি সূচিঃPart-502-503(49:01-09)Al-Hujurãt ৪৯:১-২("আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত"। "আৰু"টোক conjunction হিচাপে ভাবিলে উক্ত আয়াত দুটা পালন কৰিব নোৱাৰি গুনাহগাৰ হ'ব। গতিকে ইয়াত "আৰু" মানে "অৰ্থাৎ" মানে কোৰআন।। (important link: https://bit.ly/3xzt1sL ) ৪৯:৬(উৰাবাতৰিৰ তদন্ত কৰক) .___________________________________________ 🍎৪৯:১ يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُ...