🍎Part-502-503(49:01-09)Al-Hujurãt(The Walls)

✔️Part-502-503(49:01-09)Al-Hujurãt (The Walls)
✔️Videos- Muktabul Hussain 
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩
.___________________________________________
মিনি সূচিঃPart-502-503(49:01-09)Al-Hujurãt
৪৯:১-২("আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত"।
"আৰু"টোক conjunction হিচাপে ভাবিলে উক্ত আয়াত দুটা পালন কৰিব নোৱাৰি গুনাহগাৰ হ'ব।
গতিকে ইয়াত "আৰু" মানে "অৰ্থাৎ" মানে কোৰআন।।
(important link: https://bit.ly/3xzt1sL)
৪৯:৬(উৰাবাতৰিৰ তদন্ত কৰক)
.___________________________________________
🍎৪৯:১
 يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُقَدِّمُوا بَيْنَ يَدَيِ اللَّهِ وَرَسُولِهِ ۖ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ سَمِيعٌ عَلِيمٌ
হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
।।।
raf:(এই আয়াতৰ শাব্দিক অৰ্থ:
"হে ঈমানদারগণ, আল্লাহ ও তাঁর রসূলের সামনে অগ্রসর হয়ো না, বরং আল্লাহকে ভয় কর। নিশ্চয়ই আল্লাহ সর্বশ্রোতা ও সর্বজ্ঞ।"
➡️মন কৰিব: ইয়াত(৪৯:১) ৰছুলতকৈ আগবাঢ়ি যাবলৈ মানা কৰিছে। কিন্তু, তলৰ ৪৯:২ত নবীৰ কণ্ঠস্বৰৰ ওপৰত কথা কবলৈ মানা কৰিছে।
.....এই দুয়োটা আয়াতৰ ক্ষেত্ৰত কাৰ্য্যত পৰিণত কৰিবলৈ ৰছুল/নবীক সন্মূখত পাব লাগিব। পাব জানো? ইফালে দুয়োটা আয়াততে এইমাত্ৰ আমাকে উদ্দেশ্যি কৈছে। তেনেহলে ইয়াক কেনেকৈ কাৰ্য্যক্ষম কৰিব? উপায় ৪৯:১ত দিয়া আছে। "আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত"।
"আৰু"টোক conjunction হিচাপে ভাবিলে উক্ত আয়াত দুটা পালন কৰিব নোৱাৰি গুনাহগাৰ হ'ব।
গতিকে ইয়াত "আৰু" মানে "অৰ্থাৎ" মানে কোৰআন।।
.
✍️Note-important link: https://bit.ly/3xzt1sL
.
✍️Mude-ref:
৩৩:৩৬
وَمَا كَانَ لِمُؤْمِنٍ وَلَا مُؤْمِنَةٍ إِذَا قَضَى اللَّهُ وَرَسُولُهُ أَمْرًا أَنْ يَكُونَ لَهُمُ الْخِيَرَةُ مِنْ أَمْرِهِمْ ۗ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَقَدْ ضَلَّ ضَلَالًا مُبِينًا
আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে কোনো মুমিন পুৰুষ অথবা কোনো মুমিনা নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্তৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে সি স্পষ্টভাৱে পথভ্ৰষ্ট হৈ গ’ল।
.___________________________________________
🍎৪৯:২
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَرْفَعُوا أَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِيِّ وَلَا تَجْهَرُوا لَهُ بِالْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ أَنْ تَحْبَطَ أَعْمَالُكُمْ وَأَنْتُمْ لَا تَشْعُرُونَ
হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।
.
✍️Verse/Note:pz:
49:2. And keep your views subservient to the central authority. Do not let your 
voice rise above that of the Nabi; and during the course of consultations, do not 
create a noisy atmosphere in order to make your suggestion prevail, like you do 
when talking to each other. In so doing your deeds will go to waste, without you 
ever being aware of it. (This will be the inadvertent consequence of your attitude.)
.
✍️Note:
The Prophet is no longer here, so by extension this means the leader and chief administrator of affairs when meetings or assemblies are held. See verses 58:11; 62:9-11; 3:159; 42:38 & 80:42. 
See also 3:159; 42:38; 58:11; 62:9-11. See also 17:73. Opinions: se verse 38:26.(sig).
.
✍️Verse/Note:
49:2 O you who have attained to faith! Do not raise your voices above the voice of the Prophet,1🐞 and neither speak loudly to him, as you would speak loudly to one another,2🐞 lest all your [good] deeds come to nought without your perceiving it.(as).

Note-1🐞
This has both a literal and a figurative meaning: literal in the case of the Prophet's Companions, and figurative for them as well as for believers of later times - implying that one's personal opinions and predilections must not be allowed to overrule the clear-cut legal ordinances and/or moral stipulations promulgated by the Prophet (cf. 4:65)
(ইয়াৰ আক্ষৰিক আৰু ৰূপক দুয়োটা অৰ্থ আছে: নবীৰ চাহাবাসকলৰ ক্ষেত্ৰত আক্ষৰিক, আৰু তেওঁলোকৰ লগতে পিছৰ সময়ৰ বিশ্বাসীসকলৰ বাবেও ৰূপক - ইয়াৰ অৰ্থ হ'ল যে এজনৰ ব্যক্তিগত মতামত আৰু প্ৰৱণতাক স্পষ্ট আইনীক অগ্ৰাহ্য কৰিবলৈ দিব নালাগে  নবীয়ে জাৰি কৰা অধ্যাদেশ আৰু/বা নৈতিক নিয়ম (cf. 4:65#)

Note-2🐞
I.e., address him, or (in later times) speak of him, with unbecoming familiarity.
(তেওঁক সম্বোধন কৰক, বা (পৰৱৰ্তী সময়ত) তেওঁৰ বিষয়ে কওক, অযোগ্য পৰিচিতিৰে।)

(৪:৬৫#
فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا
কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী🪲 হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়ালৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়।
(🪲অৰ্থাৎ কোৰআন -৪:১০৫)
(Pl see notes of 4:65: https://bit.ly/3SenCAK)
.
Ap-ref:
২৪:৬৩
لَا تَجْعَلُوا دُعَاءَ الرَّسُولِ بَيْنَكُمْ كَدُعَاءِ بَعْضِكُمْ بَعْضًا ۚ قَدْ يَعْلَمُ اللَّهُ الَّذِينَ يَتَسَلَّلُونَ مِنْكُمْ لِوَاذًا ۚ فَلْيَحْذَرِ الَّذِينَ يُخَالِفُونَ عَنْ أَمْرِهِ أَنْ تُصِيبَهُمْ فِتْنَةٌ أَوْ يُصِيبَهُمْ عَذَابٌ أَلِيمٌ
তোমালোকে ৰাছুলৰ আহ্বানক তোমালোকৰ মাজৰ পৰস্পৰে কৰা আহ্বানৰ দৰে গণ্য নকৰিবা; তোমালোকৰ মাজৰ যিসকলে পুলুকামাৰি মনে মনে গুচি যায় আল্লাহে সিহঁতক ভালকৈয়ে জানে। এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক আক্ৰমণ কৰিব।
.___________________________________________
🍎৪৯:৩
إِنَّ الَّذِينَ يَغُضُّونَ أَصْوَاتَهُمْ عِنْدَ رَسُولِ اللَّهِ أُولَٰئِكَ الَّذِينَ امْتَحَنَ اللَّهُ قُلُوبَهُمْ لِلتَّقْوَىٰ ۚ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ عَظِيمٌ
নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ* বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰষ্কাৰ।
.
✍️BB-ref:(48:26)*
.
✍️Verse/Note:
 49:3. Verily Allah cleanses and purifies the hearts of those who keep their views 
subservient to the Centre. (They wholeheartedly obey the laws.) He keeps them safe from destruction and bestows great rewards upon them.pz.
.___________________________________________
🍎৪৯:৪
إِنَّ الَّذِينَ يُنَادُونَكَ مِنْ وَرَاءِ الْحُجُرَاتِ أَكْثَرُهُمْ لَا يَعْقِلُونَ
নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে।
.
✍️Verse/Note:
49:4. And when some uncultured people come to see you they start shouting for 
you from outside your house. (They ignore the demands of collective discipline and 
even normal social etiquette.) pz.
.___________________________________________
🍎৪৯:৫
وَلَوْ أَنَّهُمْ صَبَرُوا حَتَّىٰ تَخْرُجَ إِلَيْهِمْ لَكَانَ خَيْرًا لَهُمْ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ
তুমি সিহঁতৰ ওচৰত ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.___________________________________________
.___________________________________________
🍎৪৯:৬(Investigate Rumors/উৰাবাতৰিৰ তদন্ত কৰক)
يَا أَيُّهَا الَّذِينَ آمَنُوا➡️ إِنْ جَاءَكُمْ ⬅️فَاسِقٌ بِنَبَإٍ فَتَبَيَّنُوا أَنْ تُصِيبُوا قَوْمًا بِجَهَالَةٍ فَتُصْبِحُوا عَلَىٰ مَا فَعَلْتُمْ نَادِمِينَ
হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰত কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, ফলত তোমালোকৰ কৃতকৰ্মৰ বাবে তোমালোকেই অনুতপ্ত হ’ব লাগিব।
.
✍️Note:sam:
Arabic: ➡️alladhīna āmanū. See note to 2:257 and Notepad II.iv.
(Press the link:

Arabic root: f-s-q.⬅️ See note to 2:26 and Notepad XI.vii(press: https://bit.ly/3w4rnOR)
.___________________________________________
🍎৪৯:৭
وَاعْلَمُوا أَنَّ فِيكُمْ رَسُولَ اللَّهِ ۚ لَوْ يُطِيعُكُمْ فِي كَثِيرٍ مِنَ الْأَمْرِ لَعَنِتُّمْ وَلَٰكِنَّ اللَّهَ حَبَّبَ إِلَيْكُمُ الْإِيمَانَ وَزَيَّنَهُ فِي قُلُوبِكُمْ وَكَرَّهَ إِلَيْكُمُ الْكُفْرَ وَالْفُسُوقَ وَالْعِصْيَانَ ۚ أُولَٰئِكَ هُمُ الرَّاشِدُونَ
জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল* আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে অৱশ্যে কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ ওচৰত ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ ওচৰত অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সত্য পথপ্ৰাপ্ত।
.
✍️BB-ref:(48:29)
৪৮:২৯
مُحَمَّدٌ رَسُولُ اللَّهِ ۚ وَالَّذِينَ مَعَهُ أَشِدَّاءُ عَلَى الْكُفَّارِ رُحَمَاءُ بَيْنَهُمْ ۖ تَرَاهُمْ رُكَّعًا سُجَّدًا يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا ۖ سِيمَاهُمْ فِي وُجُوهِهِمْ مِنْ أَثَرِ السُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِي التَّوْرَاةِ ۚ وَمَثَلُهُمْ فِي الْإِنْجِيلِ كَزَرْعٍ أَخْرَجَ شَطْأَهُ فَآزَرَهُ فَاسْتَغْلَظَ فَاسْتَوَىٰ عَلَىٰ سُوقِهِ يُعْجِبُ الزُّرَّاعَ لِيَغِيظَ بِهِمُ الْكُفَّارَ ۗ وَعَدَ اللَّهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنْهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا
মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহত অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।(-Imp.Short.Video on 48:29 https://youtu.be/xeo51NFqzdw )
.
✍️Note:
God decrees simple disciplines for individuals to develop the Self. So why do people add doctrines, religious rites and rituals to make life difficult? See verses and  4:42: 68:37.(sig).
.
✍️Ap-ref:
The Prophet is closer to the believers than themselves, (33:6).
.
২৩:৭১
وَلَوِ اتَّبَعَ الْحَقُّ أَهْوَاءَهُمْ لَفَسَدَتِ السَّمَاوَاتُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ بَلْ أَتَيْنَاهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُعْرِضُونَ
আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰলৈ লৈ আহিছো সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।
.___________________________________________
🍎৪৯:৮
فَضْلًا مِنَ اللَّهِ وَنِعْمَةً ۚ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আল্লাহৰ দান আৰু অনুগ্ৰহস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.___________________________________________
🍎৪৯:৯(বিশ্বাসীসকলৰ মাজত মিলন ঘটাওক/RECONCILE THE BELIEVERS)
وَإِنْ طَائِفَتَانِ مِنَ الْمُؤْمِنِينَ اقْتَتَلُوا فَأَصْلِحُوا بَيْنَهُمَا ۖ فَإِنْ بَغَتْ إِحْدَاهُمَا عَلَى الْأُخْرَىٰ فَقَاتِلُوا الَّتِي تَبْغِي حَتَّىٰ تَفِيءَ إِلَىٰ أَمْرِ اللَّهِ ۚ فَإِنْ فَاءَتْ فَأَصْلِحُوا بَيْنَهُمَا بِالْعَدْلِ وَأَقْسِطُوا ۖ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
আৰু যদি মুমিনসকলৰ* দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়।
(*mu’min. See note to 8:2 by Sam:
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[49:1] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) advance (set ahead) (Tuqaddimu')
before (Bai'na Yadayi) GOD (Ellahi) and (Wa) HIS messenger (Rasuuli-hi), but (Wa) beware of GOD 
(Ettaqu'llaha). Indeed, GOD (Innallaha) is Hearing (Samiiun) and Omniscient (Åliim).
[49:2] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) raise (Tar'fauu') your voices 
(As'waata-kum’) above (Faw'qa) the voice (Sow'ti) of the Prophet (En'Nabiyyi), nor (Walaa) shall you shout at 
him (Taj'haru' Lahu) in speech (Bil' Qaw'li) as (Ka) some of you (Ba'di-kum) shout at (Jah'ri Li) others (Ba'din), 
lest (An) you void (Tah'bato) your deeds (A'maalu-kum’) while (Wa) you (Antum) do not (Laa) perceive
(Tash'uruun).
[49:3] Indeed (Inna), those who (Ellaziina) lower (Yagudduuna) their voices (As'waata-hum) in front of
(Enda) the Messenger of GOD (Rasuuli-llahi), those (U'laaika) are the ones (Ellaziina) GOD has examined 
(Em'tahana-llahu) their hearts (Quluuba-hum’) for piousness (48:26) (Lit' Taq'waa). For them (Lahum) is 
forgiveness (Mag'firatun) and (Wa) a great (Åziim) reward (Aj'run). 
[49:4] Indeed (Inna), those who (Ellaziina) call you (s) (Yunaaduunaka) from (Min) behind (Waraai) the 
rooms (El'Hujuraati)*; most of them (Ak'tharu-hum’) do not (Laa) reason (Ya'qiluun).
[49:5] And (Wa) if only they had been (Law' Anna-hum’) patient (Sobaru') until (Hattaa) you (s)
come out 
(Takh'ruja) to them (ilai'him’), it would have (La) been (Kaana) better (Khai'ran) for them (Lahum’). And (Wa)
GOD (Ellahu) is Forgiving (Gafuurun) and Merciful (Rahiim).
[49:6] O you (Yaa Ayyuha) who (Ellaziina) have believed (Aamanuu'), if (In) an immoral person (Faasiqu)
brings you (Jaa'a-kum’ Bi) news (Nabain), then (Fa) ascertain (investigate) (Tabayyanuu'), lest (An) you strike 
(Tusiibu') a people (Qaw'ma) out of (Bi) ignorance (Jahaalatin), then (Fa) you would become (Tus'bihu')
remorseful (Naadimiin) over (Ålaa) what (Maa) you have done (Faål'tum).
[49:7] And (Wa) know (E'lamuu') that (Anna) the Messenger of GOD (48:29) (Rasuula-llahi) is among you 
(Fiikum’). If (Law') he were to obey you (Yutiiu-kum) in (Fii) much (Kathiirin) of (Min) the matter (El'Am'ri), 
you would have been cursed (Laåni'ttum’), but (Walaakinna) GOD (Ellaha) has endeared (Habbaba) the 
faith (El' iimaana) to you (ilai'kumu) and (Wa) adorned it (Zayyana-hu) in (Fii) your hearts (Quluubi-kum)
and has made disbelief 1
(El'Kuf'ra) distasteful (-Karraha) to you (ilai'kumu), as well as (Wa) immorality 2
(El'Fusuuqa) and disobedience 3
(Wal' Es'yaana). They (the believers) (Humu) are those (U'laaika) who are the 
rightly guided (Er'Raashiduun). 
[49:8] As favour (Fad'lan) from GOD (Minallahi) and (Wa) blessing (Ni'matan). And (Wa) GOD (Ellahu) is 
Omniscient (Åliimun) and Wise (Hakiim).
[49:9] And (Wa) if (In) two factions (Toa’ifataani) of (Mina) believers (El'Mu'miniina) should fight 
(Eq'tatalu'), then (Fa) reconcile (As'lihu') between them (Bai'nahumaa). But (Fa) if (In) one of them (Ih'daa-
humaa) assaults (Bagat’ Ålaa) the other (El’Ukh'raa), then (Fa) fight (Qaatilu') the one that (Ellatii) aggresses 
(Tab'gii) until (Hattaa) it returns (Tafii) to (ilaa) the command of GOD (Am'ri-llahi). And (Fa) if (In) it
returns (Faa'at'), then (Fa) reconcile (As'lihu') between them (Bai'nahumaa) in justice (Bil' Åd'li) and be 
equitable (Aq'situu'). Indeed, GOD (Innallaha) loves (Yuhibbu) those who are equitable (El'Muq'sitiin).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 20.02.2023-Naz-villa✔️
🔴Work Progress ~ 83.19%
🟡Approx. Pages~3,544 nos.
⚫Parts ~ 502-503~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..END of CHAPTER..next...
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)