🔰Part-491-492(47:20-28)Muhammad
✔️Part-491-492(47:20-28)Muhammad ✔️Video: Muktabul Hussain: 491(47:20-22)- https://youtu.be/lk62-xAQeLw 492(47:23-28)- https://bit.ly/3DTeonI .___________________________________________ মিনি সূচিঃPart-491-492(47:20-28)Muhammad ৪৭:২০(অৰ্থ -قِتَالُ-ক্কাতিল)Difficult Times Expose the Hypocrites) ৪৭:২৪✔️(সিহঁতে কোৰআনক লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে?-টোকা আছে) ৪৭:২৫(চয়তান-লিংক আছে) ৪৭:২৬✔️{Why would people hate the guidance from God?(Ego as authority to rival God.)-See Note/refs} ৪৭:২৭(মৃত্যু যন্ত্ৰণা মানুহে নেদেখে-টোকা) ৪৭:২৮(সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তোষ কৰিছে আৰু সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে-লিংক চাব) .___________________________________________ 👉বিশ্লেষণ - চৈয়দ ৰফিক 👉ভিডিঅ'মুক্তাবুল হুছেইন(Pl see these Videos) .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰত...