Posts

Showing posts with the label 🌀🍇৫১

🌀🍇৫১

🍇512-মিনি সূচিঃPart-512(51:01-11)Al-Dhãreyãt ৫১:১-৪(এই আয়াতবোৰ পৰম্পৰাগতভাৱে বতাহ, বৰষুণ আৰু পালতোলা জাহাজৰ বৰ্ণনা হিচাপে অনুবাদ কৰা হয়।  অৱশ্যে কোৰআনৰ দৰ্শকে সময়ক অতিক্ৰম কৰে।  এই শব্দবোৰ ইলেক্ট্ৰনৰ গতি আৰু তথ্য কঢ়িয়াই নিয়াৰ ক্ষমতাৰ বৰ্ণনা হিচাপেও বুজিব পাৰি।-আগ কথা চাব) ৫১:১০(ধাৰণাৰ অনুসৰণ নকৰিব -আয়াত) ৫১:১১(বিভ্ৰান্তিত) . 🍇513-মিনি সূচিঃPart-513(51:12-23)Al-Dhãreyãt ৫১:১২(দ্বীন, প্ৰতিস্থানৰ দিৱস-লিংক চাওঁক) ৫১:১৩("Hell" is may not to be eternal/দুজখৰ শাস্তি চিৰন্তন নহ'বও পাৰে: লিংক) ৫১:১৪(কোৰআনৰ বাৰ্তা প্ৰত্যাখ্যান কৰাৰ বাবে শাস্তি পাব) ৫১:১৫-১৬(মুত্তাক্বীসকল আৰু মুহছীনসকল কোন?-লিংক) ৫১:১৭(স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন বুজি পঢ়িব তেতিয়াহে ইয়াৰ গধুৰ বাণী হৃদয়ঙ্গম হব-৭৩:৪-৫) ৫১:১৮(আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা) ৫১:১৯(আপোনাৰ ধন-সম্পদত খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে হক্ব আছে। দান দি ই'গ বঢ়োৱাৰ কোনো স্কপ নাই) ৫১:২০-২১(বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে) ৫১:২৩(সত্য-حَقٌّ-লিংক) . 🍇514-মিনি সূচিঃPart-514(51:24-36)Al-Dhãreyãt ৫১:২৪-৩৬(নবী ইব্ৰাহিমৰ মা...