Posts

Showing posts with the label ❤️‍🩹Part-449(41:40-44)Fussilat

❤️‍🩹Part-449(41:40-44)Fussilat(Detailed)

✔️Part-449(41:40-44)Fussilat(Detailed) ✔️Video- https://youtu.be/0nZ2B6n1c0M 💖(শ্লোগানঃ পৰমপৰা নহয়, বাস্তৱলৈ ঘূৰি আহক) .___________________________________________ 💖And who is better in speech than he who invites to Allah-41:33 .___________________________________________ "বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ" .___________________________________________ মিনি সূচিঃPart-449(41:40-44)Fussilat ৪১:৪০(কোৰআনৰ আয়াতক ভুল ব্যাখ্যাৰে বিকৃত কৰি ৰচনা কৰা কিতাপেৰে পৰিচালিত হোৱা সকলে সচাঁকৈ কোৰআন মানেনে?)(কোৰআন এটা সুৰক্ষা কাৰ্যসূচীৰ সৈতে সন্নিৱিষ্ট কৰা হৈছে) ৪১:৪১-৪২(আল্লাহৰ বাণী বুজি পঢ়ি(Quran) চিন্তা-চৰ্চা(89:5-و-Quranic oaths)কৰি মনত ৰাখি (Zikr)সেইমতে ইবাদত* কৰক-See notes)(The message is specifically protected by God, not by humans) ৪১:৪৩(মহম্মদক-আ:ছা কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক-টোকা চাব) ৪১:৪৪(কিয় কোৰআন আৰবী ভাষাত অৱত্তীৰ্ণ হৈছিল -টোকা)(MS.reel:  https://www.facebook.com/reel/576332007378664?fs=e&s=cl ) (আৰোগ্য/শিফা= https://www.facebook...