Posts

Showing posts with the label 🟦Part-397(35:08-12)Faater

🟦Part-397(35:08-12)Faater(Originator)

✔️Part-397(35:08-12)Faater(Originator) ✔️Video- https://youtu.be/7b2STbWz6JQ .___________________________________________ মিনি সূচিঃPart-397(35:08-12)Faater  ৩৫:৮✅(বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে। যি ইচ্ছা কৰে আল্লাহে তাকে হিদায়ত দিয়ে।ইয়াৰ শুদ্ধ অনুবাদ ইংৰাজীত দিয়া আছে)-see link: ৩৫:১০✅(১-সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহ:২-What is Kalimatan Tayyebah?-Note) ৩৫:১১(Your own life is a living example) ৩৫:১২(The Blessings and Signs of Allah -দুয়োখন সাগৰ সমান নহয়, এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা।) .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। ।।। ⚽৩৫:৮ أَفَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ فَرَآهُ حَسَنًا ۖ فَإِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ...