🟪Part-383(33:28-34)Al-Ahzãb(The Parties)
🌹বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) ➡️Part-383(33:28-34)Al-Ahzãb(The Parties) Video- https://youtu.be/ah27kSeLBeg . ➡️Part-384(33:35-37)Al-Ahzãb(The Parties) Video- https://youtu.be/-IPDYTB8yqY ।।। মিনি সূচিঃPart-383(33:28-34)Al-Ahzãb ৩৩:৩০[নাৰীসকলৰ "ফাহিছাত" {(فحشة = অনৈতিকতা (immorality)} কথাটো আছে। এই আয়াতত তথাকথিত হাদিসৰ বিষ সুমুৱাই দি সমাজ কলুষিত কৰিছে-টোকা চাব] ৩৩:৩৫(There is no difference between men and women- See link/note) ৩৩:৩৬(হাদীছ অনুগামীসকলে এই আয়াত ব্যৱহাৰ কৰি দাবী কৰিছে যে হজৰত মহম্মদৰ হাদীছ আৰু ছুন্নাত সকলো মুমিন লোকে ৰক্ষা কৰিব লাগিব আৰু মানি চলিব লাগিব, সেই আইনৰ বৈধ উৎস, আৰু কোৰআন একমাত্ৰ ধৰ্মীয় আইন প্ৰণয়নৰ উৎস নহয়। ইয়াৰ ভুল ব্যাখ্যা চাওঁক: Press link) ৩৩:৩৭(MARRIAGE TO ADOPTED SON'S DIVORCED WIFE-see note/link) ৩৩:৩৮[God's way: (Arabic: sunnatullah) God's system is consistent and does not change. Unchanging principles in changing times] ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত ...