Posts

Showing posts with the label 🌀🟣২৭:মিনি সূচি:আন-নামল(০১-৯৩)

🌀🟣২৭:মিনি সূচি:আন-নামল(০১-৯৩)

♥️346-মিনি সূচিঃPART-346(27:01-12)An-Naml পাতনি...... ২৭:১{ত্বা-ছীন।✔️(হুৰুফ মুক্কাতাট)-টোকা} ২৭:৩✅(ছালাত কায়েম কৰা মানে কি? :see imp. link:) ২৭:৪(যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছো, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে;) ২৭:৬✅(কোৰআন বুজি পঢ়িলেই আপুনি কোৰআন প্ৰাপ্ত হ'ব।) ২৭:৭(MOSES ON THE MOUNT). . ♥️347-মিনি সূচিঃPart-347(27:13-26)An-Namal ২৭:১৮-১৯(মন কৰিব যে পিঁপৰাটোৱে চলোমনৰ লগত কথা নাপাতি তাইৰ সংগীসকলৰ লগত কথা পাতিছিল আৰু তেওঁলোকক সতৰ্ক কৰি দিছে যে তেওঁলোকে নিজকে ৰক্ষা কৰিব লাগে-টোকা) ২৭:২৬✅(কোৰআনৰ কিছুমান আয়াতৰ পাছত থকা ছিজদাহ চিহ্নটো মানৱ ৰছিত -টোকা চাওঁক) . ♥️348-মিনি সূচিঃPart-348(27:27-40)An-Namal ২৭:৩৭(✅Historically the Kingdom of Sheba flourished from 1100 BC to 115 BC কিন্তু ১:১ পঢ়িছে মহম্মদৰ(আ:ছা:) ওপৰত নাযিল হোৱা কোৰআনত -raf) ২৭:৩৮(Faster Than the Speed of Light-Her "throne" is as nothing when compared with the awesome almightiness of God-Note). . ♥️349-মিনি সূচিঃPart-349(27:41-53)An-Namal ২৭:৪১-৪৪(আল্লাহৰ ও...