🌀🟤১১০-১১১
🟤মিনি সূচিঃPart-679(110:01-03)(111:01-05) Al-Nassr/Al-Masad (Shane Nuzul? See in Pre-Page link) ১১০:১-৩(যেতিয়া আল্লাহৰ সহায় আহিব আৰু ডাঙৰ বিজয় হ’ব, আৰু আপুনি মানুহক জাক-জাকত আল্লাহৰ আচৰণ ব্যৱস্থাত প্ৰৱেশ কৰা দেখিব(তলত ২নংত ref. চাব)। তাছবীহ(from Sabah) আৰু জিকিৰ(উপদেশ অৰ্থাৎ কোৰআন) এটা মুদ্ৰাৰ ইপিঠ সিপিঠ -২০:৩৩-৩৪। ১১১:১-৫(আবু নহয় আবি লাহাব মানে জুইশিখাৰ বাপেক। এওঁ ইবলিছৰ পৰা চয়তান হোৱা জন। কোনো ৰছুল মহম্মদৰ অঙহী বঙহী নহয়।) 🟤🟤 Chapter End 🟤🟤