☔Part-508(50:09-18)(Qãf-ق)
✔️Part-508(50:09-18)(Qãf-ق) ✔️Video- https://youtu.be/9kCtoFfZm-8 .___________________________________________ মিনি সূচিঃPart-508(50:09-18)(Qãf-ق) ৫০:৯(Example of Resurrection/পুনৰুত্থান) ৫০:১১[আল্লাহে সকলোৰে বাবে(যিহেতু ভাল বা বেয়া সকলো মানুহ ঈশ্বৰৰ "দাস")জীৱিকা/ৰিজিক দিয়ে] ৫০:১২-১৪(আগতেও বহু সম্প্ৰদায়ে সত্যক অস্বীকাৰ কৰিছিল।নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল) ৫০:১৬(আল্লাহ আমাৰ ঘাৰৰ ধমনীতকৈও অধিক ওচৰত থাকে-Jugular Vein-link) ৫০:১৭-১৮(সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে আমাৰ আমল লিপিবদ্ধ কৰে। মনত ভবা বা কোৱা কথাবোৰো লিপিবদ্ধ হয়। ref-৫০:২১) .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-...