☔Part-508(50:09-18)(Qãf-ق)
✔️Part-508(50:09-18)(Qãf-ق)
✔️Video- https://youtu.be/9kCtoFfZm-8
.___________________________________________
মিনি সূচিঃPart-508(50:09-18)(Qãf-ق)
৫০:৯(Example of Resurrection/পুনৰুত্থান)
৫০:১১[আল্লাহে সকলোৰে বাবে(যিহেতু ভাল বা বেয়া সকলো মানুহ ঈশ্বৰৰ "দাস")জীৱিকা/ৰিজিক দিয়ে]
৫০:১২-১৪(আগতেও বহু সম্প্ৰদায়ে সত্যক অস্বীকাৰ কৰিছিল।নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল)
৫০:১৬(আল্লাহ আমাৰ ঘাৰৰ ধমনীতকৈও অধিক ওচৰত থাকে-Jugular Vein-link)
৫০:১৭-১৮(সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে আমাৰ আমল লিপিবদ্ধ কৰে। মনত ভবা বা কোৱা কথাবোৰো লিপিবদ্ধ হয়। ref-৫০:২১)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉ভিডিঅ': মুক্তাবুল, লিখনি:চৈয়দৰফ)
.___________________________________________
🟥৫০:৯(Example of Resurrection)
وَنَزَّلْنَا مِنَ السَّمَاءِ مَاءً مُبَارَكًا فَأَنْبَتْنَا بِهِ جَنَّاتٍ وَحَبَّ الْحَصِيدِ
আৰু আকাশৰ পৰা বৰ্ষণ কৰো আমি কল্যাণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰো বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।
.___________________________________________
🟥৫০:১০
وَالنَّخْلَ بَاسِقَاتٍ لَهَا طَلْعٌ نَضِيدٌ
আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা,
.___________________________________________
🟥৫০:১১[আল্লাহে সকলোৰে বাবে(যিহেতু ভাল বা বেয়া সকলো মানুহ ঈশ্বৰৰ "দাস")জীৱিকা/ৰিজিক দিয়ে]
رِزْقًا لِلْعِبَادِ👉 ۖ وَأَحْيَيْنَا بِهِ بَلْدَةً مَيْتًا ۚ كَذَٰلِكَ الْخُرُوجُ
বান্দাসকলৰ🪺 জীৱিকাস্বৰূপ। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰো মৃত চহৰক; এইদৰেই উত্থান ঘটিব।
.
(👉for the slaves=lil'ʿibādi=لِلْعِبَادِ=ع ب د
(since all human beings, good or bad, are God's "bondmen"-36:30 below)
⬇️
✍️See to 2:207🪺
২:২০৭
وَمِنَ النَّاسِ مَنْ يَشْرِي نَفْسَهُ ابْتِغَاءَ مَرْضَاتِ اللَّهِ ۗ وَاللَّهُ رَءُوفٌ بِالْعِبَادِ
আৰু মানুহৰ মাজত এনে প্ৰকৃতিৰ মানুহো আছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।
⬇️
2:207 And among men is he who sells himself, seeking the pleasure of God; and God is kind to His servants.1*
1*-There is mention throughout of the servants. At times this convention is, by necessity, rendered his servants. The set is foundat 2:207, 3:15, 3:20, 3:30, 3:182, 8:51, 22:10, 36:30🐞, 40:31, 40:44, 40:48, 41:46,
50:11. All instances appear in the notes and reference this verse).
(🐞৩৬:৩০
يَا حَسْرَةً عَلَى الْعِبَادِ ۚ مَا يَأْتِيهِمْ مِنْ رَسُولٍ إِلَّا كَانُوا بِهِ يَسْتَهْزِئُونَ
পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়া সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।
36:30 OH, THE REGRETS that [most] human beings will have to bear!16 Never has an apostle come to them without their deriding him!(as).
Note.
Lit., "Oh, the regrets upon the bondmen" (al-ibad) - since all human beings, good or bad, are God's "bondmen". This phrase alludes to the Day of Judgment - which is described in 19:39 as "the Day of Regrets" - as well as to the fact, repeatedly stressed in the Qur'an, that most human beings choose to remain deaf to the voice of truth, and thus condemn themselves to spiritual death.
(, "অ', দাসসকলৰ ওপৰত অনুশোচনা" (আল-ইবাদ) - যিহেতু ভাল বা বেয়া সকলো মানুহ ঈশ্বৰৰ "দাস"। এই বাক্যাংশটোৱে নিয়মৰ দিনটোৰ ইংগিত দিয়ে - যিটোক ১৯:৩৯ পদত "অনুশোচনাৰ দিন" বুলি বৰ্ণনা কৰা হৈছে - লগতে কোৰআনত বাৰে বাৰে জোৰ দিয়া এই সত্যটোৰ কথাও উল্লেখ কৰা হৈছে যে বেছিভাগ মানুহেই মাতৰ প্ৰতি বধিৰ হৈ থাকিবলৈ বাছি লয় সত্যৰ, আৰু এইদৰে নিজকে আধ্যাত্মিক মৃত্যুৰ দোষী সাব্যস্ত কৰে।)
.
✍️Ap-refs:
৪০:৫৭
لَخَلْقُ السَّمَاوَاتِ وَالْأَرْضِ أَكْبَرُ مِنْ خَلْقِ النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
অৱশ্যে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহে সেয়া নাজানে।
.
৪৬:৩৩
أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَلَمْ يَعْيَ بِخَلْقِهِنَّ بِقَادِرٍ عَلَىٰ أَنْ يُحْيِيَ الْمَوْتَىٰ ۚ بَلَىٰ إِنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
৪১:৩৯
وَمِنْ آيَاتِهِ أَنَّكَ تَرَى الْأَرْضَ خَاشِعَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ ۚ إِنَّ الَّذِي أَحْيَاهَا لَمُحْيِي الْمَوْتَىٰ ۚ إِنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
তেওঁৰ আৰু এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰো তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে অৱশ্যে তেৱেঁই মৃতসকলক জীৱন দানকাৰী। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.___________________________________________
🟥৫০:১২
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَأَصْحَابُ الرَّسِّ وَثَمُودُ
সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ* অধিবাসী আৰু ছামূদ** সম্প্ৰদায়েও,
.
✍️BB-refs:(25:38)*, (27:45)**
২৫:৩৮
وَعَادًا وَثَمُودَ وَأَصْحَابَ الرَّسِّ وَقُرُونًا بَيْنَ ذَٰلِكَ كَثِيرًا
আৰু আমি ধ্বংস কৰিছিলো আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, আৰু সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।
.
২৭:৪৫
وَلَقَدْ أَرْسَلْنَا إِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا أَنِ اعْبُدُوا اللَّهَ فَإِذَا هُمْ فَرِيقَانِ يَخْتَصِمُونَ
আৰু অৱশ্যে আমি ছামূদ সম্প্ৰদায়ৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো এই আদেশ প্ৰদান কৰি যে, ‘তোমালোকে আল্লাহৰ ইবাদত কৰা’। তাৰ পিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হ’ল।
.___________________________________________
🟥৫০:১৩
وَعَادٌ وَفِرْعَوْنُ وَإِخْوَانُ لُوطٍ
আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।
.___________________________________________
🟥৫০:১৪
وَأَصْحَابُ الْأَيْكَةِ وَقَوْمُ تُبَّعٍ ۚ كُلٌّ كَذَّبَ الرُّسُلَ فَحَقَّ وَعِيدِ
লগতে আইকাৰ অধিবাসী আৰু তুব্বা* সম্প্ৰদায়ে, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।
.
✍️BB-ref:(44:37)*
৪৪:৩৭
أَهُمْ خَيْرٌ أَمْ قَوْمُ تُبَّعٍ وَالَّذِينَ مِنْ قَبْلِهِمْ ۚ أَهْلَكْنَاهُمْ ۖ إِنَّهُمْ كَانُوا مُجْرِمِينَ
(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলো। নিশ্চয় সিহঁত আছিল অপৰাধী।
.
✍️Ap-ref:
২৬:১০৫
كَذَّبَتْ قَوْمُ نُوحٍ الْمُرْسَلِينَ
নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
.___________________________________________
🟥৫০:১৫
أَفَعَيِينَا بِالْخَلْقِ الْأَوَّلِ ۚ بَلْ هُمْ فِي لَبْسٍ مِنْ خَلْقٍ جَدِيدٍ
আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছো নেকি! বৰং নতুন সৃষ্টিৰ বিষয়ে সিহঁত সন্দেহত পতিত।
.
✍️Ap-refs:
৩০:২৭
وَهُوَ الَّذِي يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ وَهُوَ أَهْوَنُ عَلَيْهِ ۚ وَلَهُ الْمَثَلُ الْأَعْلَىٰ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
৩৬:৭৮-৭৯
وَضَرَبَ لَنَا مَثَلًا وَنَسِيَ خَلْقَهُ ۖ قَالَ مَنْ يُحْيِي الْعِظَامَ وَهِيَ رَمِيمٌ
আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘অস্থিৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?
৩৬:৭৯
قُلْ يُحْيِيهَا الَّذِي أَنْشَأَهَا أَوَّلَ مَرَّةٍ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ
কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।
.
✍️Verse/Note:
50:15. Ask those who are in doubt about resurrection after death, whether (in their
opinion) We were so tired by the creation of the universe and mankind (that We do
not have the stamina for any new creation?) (46:33)pz.
.___________________________________________
🟥৫০:১৬
وَلَقَدْ خَلَقْنَا الْإِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِ نَفْسُهُ ۖ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ الْوَرِيدِ
অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈও🦐 অধিক ওচৰত।
(🦐Jugular Vein - https://bit.ly/3IUmMpD)
.
✍️Ap-refs:
৫৬:৮৫
وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْكُمْ وَلَٰكِنْ لَا تُبْصِرُونَ
আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকো, কিন্তু তোমালোকে দেখা নোপোৱা।
.
১৫:৯
إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ
নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।
.___________________________________________
🟥৫০:১৭
إِذْ يَتَلَقَّى الْمُتَلَقِّيَانِ عَنِ الْيَمِينِ وَعَنِ الشِّمَالِ قَعِيدٌ
যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে।*
.
✍️Note-sa*
His reason and his emotions 50:21
৫০:২১
وَجَاءَتْ كُلُّ نَفْسٍ مَعَهَا سَائِقٌ وَشَهِيدٌ
আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।
.___________________________________________
🟥৫০:১৮
مَا يَلْفِظُ مِنْ قَوْلٍ إِلَّا لَدَيْهِ رَقِيبٌ عَتِيدٌ
সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।
.
✍️Verse/Note-as
50:18 not even a word can he utter but there is a watcher with him, ever-present.
Note.
I.e., his conscience. The "uttering of a word" is conceptually connected with the "whispering" within man's psyche spoken of in the preceding verse.
(তেওঁৰ বিবেক। "এটা শব্দ উচ্চাৰণ" ধাৰণাগতভাৱে পূৰ্বৰ পদটোত কোৱা মানুহৰ মনোজগতৰ ভিতৰৰ "ফুচফুচানি"ৰ সৈতে জড়িত।)
.
✍️Ap-refs:
৮২:১০-১২
وَإِنَّ عَلَيْكُمْ لَحَافِظِينَ
আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
৮২:১১
كِرَامًا كَاتِبِينَ
সন্মানিত লেখক বৃন্দ;
৮২:১২
يَعْلَمُونَ مَا تَفْعَلُونَ
তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
.___________________________________________
WORD by word meaning BB:
[50:9] And (Wa) We have sent down (Nazzal'naa) blessed (Mubaarakan) water (Maa'an) from (Mina) the
sky (Es'Samaai) and (Fa) germinated (Anbat'naa) thereby (Bihi) gardens (Jannaatin) and (Wa) grains (Habba)
of crop (El'Hasiid),
[50:10] as well as (Wa) date palms (En'Nakh'la) which have (Laha) towering (Baasiqaatin) sprout (Tol'un)
arranged in layers (Nadiid),
[50:11] as sustenance (Riz'qan) for the servants (mankind) (Lil' Ebaadi), and (Wa) We revive (Ah'yai'naa) a
lifeless (Mai'tan) land (Bal'datan) with it (Bihi). Likewise (Kazaalika) is the emergence (El'Khuruuj).
[50:12] The people (Qaw'mu) of Noah (Nuuhin) denied (Kazzabat') before them (Qab'lahum’), and so did
(Wa) the companions (As'haabu) of Rass
(25:38) (Er'Rassi) and (Wa) Thamud (27:45) (Thamuud),
[50:13] as well as (Wa) Ad (7:65) (Åådun), Pharaoh (Fir'åw'nu), and the brethren (Ikh'waanu) of Lot (Luut),
[50:14] as well as (Wa) the companions (As'haabu) of the jungle (Midian) (El'Ai'kati) and the people (Qaw'mu)
of Tuba (44:37) (Tubba’en). All (Kullun) denied (Kazzaba) the messengers (Er'Rusula), so (Fa) MY threat
(Waeedi) was just (Haqqa).
[50:15] So (Afa-) were We incapable (-Åyiinaa) of (Bi) the first (El’Awwali) creation (El'Khal'qi)? In fact
(Bal'), they (Hum) are in (Fii) confusion (Lab'sin) concerning (Min') a new (Jadiid) creation (Khal'qin).
[50:16] And (Wa) We certainly (Laqad') created (Khalaq'naa) the human being (El' Insaana) and We know
(Na'lamu) what (Maa) he whispers to (Tuwas'wisu Bi-hi) himself (Naf'su-hu); for (Wa) We (Nah'nu) are
closer (Aq'rabu) to him (ilai'hi) than (Min') the jugular (Hab'li) vein (El'Wariid),
[50:17] because (Iz') the two receivers (angels) (El'Mutalaqqiyaani) are seated (Qaeed) on the right side (Ånil'
Yamiini) and on (Åni) the left side (Es'Shimaali) receiving (Yatalaqqaa).
[50:18] He (the human) does not (Maa) pronounce (Yal'fizu) a (Min) word (Qaw'lin) except (illa) an observer
(Raqiibun) is prepared (Åtiid) near him (Ladai'hi).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 25.02.2023-Naz-villa✔️
🔴Work Progress ~
🟡Approx. Pages~3,564 nos.
⚫Parts ~ 508~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment