🌀🟪মিনি সূচিঃ৩৩-আল-আহজাব(০১-৭৩)
💙380-মিনি সূচিঃPart-380(33:01-08)Al-Ahzãb ৩৩:১✅(The definition of: Expression of "Nabi", Taqwa, Shrik/Kafir, Munafiq) ৩৩:২✅(ৱহীৰ অনুকৰণ আৰু অনুসৰণ-টোকা চাব) ৩৩:৩(কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা) ৩৩:৪(মুখেৰে কলে বুলিলেই সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়-টোকা চাওঁক)(জায়দক নবীৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা নহ’ব) ৩৩:৫(Note on Din) ৩৩:৬(Note on- mumin,Al-kitāb,kitāb-Allah, maʿrūf) ৩৩:৭(আল্লাহে নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল-টোকা চাব) ৩৩:৮(In the Hereafter, the truthful shall stand as witnesses how the Prophets conveyed their messages and how their people received them- See Note) . 💙381-মিনি সূচিঃPart-381(33:09-20)Al-Ahzãb ৩৩:৯(আক্ৰমণকাৰীৰ বিৰুদ্ধে মুছলিমে নিজকে ৰক্ষা কৰে) ৩৩:১০-১১(refs: মানুহে ভাৱিছে নেকি যে, ‘আমি ঈমান আনিছো’ এইবুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেয়ে এৰি দিয়া হ’ব?) ৩৩:১২✅[(নবীৰ চাহাবাসকলৰ মাজত ভণ্ড (মুনাফিক) আছিল-see sp. Note] ৩৩:১৩✅(মহম্মদ (আ:ছা:)লৈকে মদিনা বুলি কোনো চহৰ নাছিল,আছিল য়াথ্ৰিব(يَثْرِبَ)বুলি- টোকা)(এই বিষয়ে ফে:বু:ত🔺 কিছু আলোচনা/সমালোচনা চলি আছ...