🌀🅾️৭০
🅾️598-599-মিনি সূচিঃPart-598-599(70:01-10)Al-Ma'aarej ৭০:১-২(আহিব লগীয়া শাস্তি আহিবই কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই) ৭০:৩(ref:নিশ্চয় আল্লাহে পথ নিৰ্দেশ দিছে, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব) ৭০:৪(ফিৰিস্তাসকল আৰু ৰূহ-টোকা আছে) ৭০:৮-১০(সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে। কোনো অন্তৰঙ্গ বন্ধু নেথাকিব) . 🅾️600-মিনি সূচিঃPart-600(79:11-22)Al-Ma'aarej ৭০:১৭(এই খণ্ডৰ ভিডিঅ' শুনিব। সাধাৰণ যেন লাগিলেও অতি গুৰুত্বপূৰ্ণ কথাবোৰ স্পষ্ট আৰু সৰল ভাষাত কোৱা হৈছে। কোৰআনৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰি যিসকলে মুখ ঘূৰাই লয়(৭০:১৭) সেইদিনা শাস্তিৰ পৰা নিজে বাচিবলৈ নিজ সন্তান-সন্ততিক মুক্তিপণ/ফিদয়া দিব বিচাৰিব, কিন্তু একো কামত নাহিব। গাৰ ছাল বখলীয়াই পেলোৱা হ'ব। এইবোৰৰ বিষয়ে ভিডিঅ'টোত কোৱা হৈছে। ৭০:২২(যি সকলে ছালাত কায়েম কৰিব অৰ্থাৎ মুত্তাকি(৬৪:১৬) হ'ব, কোৰআনৰ আদেশ নিষেধবোৰ আখৰে আখৰে মানি চলিব তেওঁলোকৰ কোনো ভয় নাই। ছালাতৰ লগত চলন্তী নামাজৰ কোনো সম্পৰ্ক নাই) . 🅾️601-মিনি সূচিঃPart-601(70:22-35)Al-Ma'aarej ৭০:২২-৩০{যি সকলে ছালাত কায়েম কৰিব অৰ্থাৎ মুত্তাকি(৬৪:১৬)...