😱Part-596(69:30-37)Al-Haaqqah (Incontestable/The disaster/কিয়ামত)

✔️Part-596(69:30-37)Al-Haaqqah (Incontestable/The disaster/কিয়ামত)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?     
        - https://bit.ly/3L0B35S 
👉A]কোৰআনেই ৰছুলঃ B]নবী,ৰছুল,ৰিছালত
       : https://bit.ly/42RDv4G
👉"কলম" আৰু "হাদিস"(৫৮৮খণ্ডৰ টেমপ্লেতৰ বিষয়): https://bit.ly/4223jcR
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ  https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
✔️Part-593:Template:Sub:৪৬:৯
(নবী মহম্মদক(আ:ছা:) আনসকল নবীৰ ওপৰত বিশেষ মৰ্য্যদা দিবলৈ কোনে কৈছে?)
قُلْ مَا كُنْتُ بِدْعًا مِنَ الرُّسُلِ وَمَا أَدْرِي مَا يُفْعَلُ بِي وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ وَمَا أَنَا إِلَّا نَذِيرٌ مُبِينٌ
কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।
Press link:
.___________________________________________
✔️মিনি সূচিঃPart-596(96:30-37)Al-Haaqqah
৬৯:৩০-৩৩[যি সকলে কুফৰী কৰিছে(*الَّذِينَ كَفَرُوا) অৰ্থাৎ আল্লাহৰ বাণীক জানি বুজিও অস্বীকাৰ কৰিছে{প্ৰকৃতাৰ্থত ঈমান অনা নাছিল(মুখেৰে কলেই ঈমান অনা নহয়)} তেওঁলোকক সেইদিনা দিঙীত গৰু ছাগলীৰ দৰে চোচোঁৰাই জহান্নামৰ ফালে লৈ যোৱা হ'ব-৬৯:৩০।(*alladhīna kafarū — those who ignore warning The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof: https://shorturl.at/dovw1)-টোকা চাব]
৬৯:৩৩(কোৰআনৰ বিশ্বদৃষ্টিভংগীত বিশ্বাস কৰাটো কেৱল দাবী বা অনুভৱ কৰাটোৱেই নহয়। লিংক চাব)
৬৯:৩৪(মন কৰিলে দেখিব যে ওপৰৰ পৰা জাহান্নামিৰ বিষয়ে কৈ আহি হঠাৎ মিছকিনক খাদ্যদানত উৎসাহিত নকৰাৰ কথাটো কিয় আহি গ'ল!? কিন্তু ই‌য়াৰ পাছৰ আয়াতত আকৌ জাহান্নামৰ কথা কোৱা হৈছে। আচল কথা হৈছে, মিছকিনক/দুখীয়াক খানা খুওৱা বা আনক উৎসাহিত কৰাটো ঈমানৰ এটা অঙ্গ। আৰু ই‌য়াক পালন কৰাটো ✔️ছালাত কায়েম কৰাৰ এটা বৈশিষ্ট - ১০৭ ছুৰা মাউন চাওঁক-খণ্ডৰ ভিডিঅ' চাওঁক)
.___________________________________________
😱৬৯:৩০
خُذُوهُ فَغُلُّوهُ
(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।
.
✍️Verse/Notes:
69:30 Thereupon the command will go forth:] "Lay hold of him, and shackle him,

Note:
For an explanation of the allegory of "shackles", see on 13:5, 34:33, and 36:8.
।।।
(যি সকলে কুফৰী কৰিছে(*الَّذِينَ كَفَرُوا) অৰ্থাৎ আল্লাহৰ বাণীক জানি বুজিও অস্বীকাৰ কৰিছে তেওঁলোকক সেইদিনা দিঙীত গৰু ছাগলীৰ দৰে চোচোঁৰাই জহান্নামৰ ফালে লৈ যোৱা হ'ব-৬৯:৩০।
(*alladhīna kafarū — those who ignore warning The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof: https://shorturl.at/dovw1
।।।
➡️১৩:৫
۞ وَإِنْ تَعْجَبْ فَعَجَبٌ قَوْلُهُمْ أَإِذَا كُنَّا تُرَابًا أَإِنَّا لَفِي خَلْقٍ جَدِيدٍ ۗ أُولَٰئِكَ الَّذِينَ كَفَرُوا بِرَبِّهِمْ ۖ وَأُولَٰئِكَ الْأَغْلَالُ فِي أَعْنَاقِهِمْ ۖ وَأُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্ময়ৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘আমি যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিম নে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।
(Pl find the notes on 13:5 in the link:
.
➡️৩৪:৩৩
وَقَالَ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا بَلْ مَكْرُ اللَّيْلِ وَالنَّهَارِ إِذْ تَأْمُرُونَنَا أَنْ نَكْفُرَ بِاللَّهِ وَنَجْعَلَ لَهُ أَنْدَادًا ۚ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ وَجَعَلْنَا الْأَغْلَالَ فِي أَعْنَاقِ الَّذِينَ كَفَرُوا ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰীবিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
(Similar phrases occurring in 13:5 and 36:8, the "shackles" (aghlal) which these sinners carry, as it were, "around their necks" in life, and will carry on Judgment Day, are a metaphor of the enslavement of their souls to the false values to which they had surrendered, and of the suffering which will be caused by that surrender.
(১৩:৫ আৰু ৩৬:৮ পদত পোৱা একেধৰণৰ বাক্যাংশ, এই পাপীসকলে জীৱনত, ক'ব পাৰি, "ডিঙিত" কঢ়িয়াই নিয়া, আৰু বিচাৰৰ দিনা কঢ়িয়াই নিয়া "বেণ্ডী" (আঘলাল)বোৰ দাসত্বৰ উপমা  তেওঁলোকৰ আত্মাক তেওঁলোকে আত্মসমৰ্পণ কৰা ভুৱা মূল্যবোধৰ প্ৰতি আৰু সেই আত্মসমৰ্পণৰ ফলত হ’বলগীয়া দুখ-কষ্টৰ প্ৰতি।)
(Pl find the notes on 34:33 in the link:
.
➡️৩৬:৮
إِنَّا جَعَلْنَا فِي أَعْنَاقِهِمْ أَغْلَالًا فَهِيَ إِلَى الْأَذْقَانِ فَهُمْ مُقْمَحُونَ
নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰিলৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছো, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে। 
Pl Press the link below notes on 36:8:
.___________________________________________
😱৬৯:৩১
ثُمَّ الْجَحِيمَ صَلُّوهُ
‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।
.___________________________________________
😱৬৯:৩২
ثُمَّ فِي سِلْسِلَةٍ ذَرْعُهَا سَبْعُونَ ذِرَاعًا فَاسْلُكُوهُ
তাৰ পিছত তাক বান্ধি থোৱা এনে এডাল শিকলিৰে* যাৰ দৈৰ্ঘ সত্তৰ হাত**।
.
*See 14:49 - "on that Day thou wilt see all who were lost in sin (al-mujrimin) linked together in fetters" (১৪:৪৯ চাওক - "সেইদিনা তুমি পাপত হেৰাই যোৱা সকলোকে (আল-মুজৰিমিন) বান্ধি বান্ধি ৰখা দেখিবা"।
১৪:৪৯
وَتَرَى الْمُجْرِمِينَ يَوْمَئِذٍ مُقَرَّنِينَ فِي الْأَصْفَادِ
সেইদিনা তুমি অপৰাধীবিলাকক পৰস্পৰ শিকলিৰে বান্ধি থোৱা অৱস্থাত দেখিবা,
(14:49 refered link:references -link:
.
**(Seventy cubits = 70 arm-lengths = Very long)
.___________________________________________
😱৬৯:৩৩
إِنَّهُ كَانَ لَا يُؤْمِنُ بِاللَّهِ الْعَظِيمِ
নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,
.
✍️Verse/Note-by sam:
33 He believed not in1 God, the Great,

1. See note to 58:4 for Qur’anic usage of to believe in.
ঈমান অনা{believe in(SAHADAH)} মানে কি, কোৰআনে কি কয়?
(কোৰআনৰ বিশ্বদৃষ্টিভংগীত বিশ্বাস কৰাটো কেৱল দাবী বা অনুভৱ কৰাটোৱেই নহয়। তলৰ লিংকত চাওঁক: https://bit.ly/3I3ZGMq )
.___________________________________________
😱৬৯:৩৪
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।
.
✍️BB-ref:(107:3)
১০৭:৩
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ
আৰু সি দুখীয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
(107:3 And urges not the feeding of the needy. And participates not in helping those who have lost their jobs, whose businesses have stalled, and whose hard earned income is insufficient to meet their basic needs.sa)
Note:৬৯:৩৪- মন কৰিলে দেখিব যে ওপৰৰ পৰা জাহান্নামিৰ বিষয়ে কৈ আহি হঠাৎ মিছকিনক খাদ্যদানত উৎসাহিত নকৰাৰ কথাটো কিয় আহি গ'ল!? কিন্তু ই‌য়াৰ পাছৰ আয়াতত আকৌ জাহান্নামৰ কথা কোৱা হৈছে। আচল কথা হৈছে, মিছকিনক/দুখীয়াক খানা খুওৱা বা আনক উৎসাহিত কৰাটো ঈমানৰ এটা অঙ্গ। আৰু ই‌য়াক পালন কৰাটো ✔️ছালাত কায়েম কৰাৰ এটা বৈশিষ্ট - ১০৭ ছুৰা মাউন চাওঁক-খণ্ডৰ ভিডিঅ' চাওঁক)
.___________________________________________
😱৬৯:৩৫
فَلَيْسَ لَهُ الْيَوْمَ هَاهُنَا حَمِيمٌ
এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।
.___________________________________________
😱৬৯:৩৬
وَلَا طَعَامٌ إِلَّا مِنْ غِسْلِينٍ
আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,
.___________________________________________
😱৬৯:৩৭
لَا يَأْكُلُهُ إِلَّا الْخَاطِئُونَ
যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।
.___________________________________________
WORD BY WORD MEANING BB:
[69:30] (It will be said)
“Seize him (Khuzuu-hu) and (Fa) shackle him (Gulluu-hu),
[69:31] and then (Thumma) burn him (Solluu-hu) in Hell (El'Jahiima),
[69:32] consequently (Thumma) in (Fii) a chain (Sil'silatin) whose measure (Zar'u-haa) is seventy (Sab'uuna)
arms (Ziraa'ån), so (Fa) put him in (Es'lukuu-hu).”
[69:33] Indeed, he (Innahu) did (Kaana) not (Laa) believe (Yu'minu) in GOD (Billahi), the GREAT (El' Åziim),
[69:34] nor (Walaa) did he urge on (Yahuddu Ålaa) feeding (To'ååmi) of the poor (El'Mis'kiin). (107:3)
[69:35] So (Fa) he does not have (Lai'sa Lahu) a close friend (Hamiim) here (Haahunaa) today (El'Yaw'ma)
[69:36] nor (Walaa) food (To'ååmun) except (illa) of (Min') swill (Gis'liin);
[69:37] none (Laa) will eat it (Ya'kulu-hu) except (illa) those at fault (El'Khaatiuun).
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 28.05.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~ 3,936 nos.
⚫Part ~ 596 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)