Posts

Showing posts with the label 🌀🌗৪৬-মিনি সূচিঃছুৰা আল-আহক্কাফ(০১-৩৫)

🌀🌗৪৬-মিনি সূচিঃছুৰা আল-আহক্কাফ(০১-৩৫)

🌗👉481-মিনি সূচিঃPart-481(46:01-05)Al-Ahqãf (VIDEO PRE-LECTURE,CHAPTER PRE-PAGE) ৪৬:৩(আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু আল্লাহে যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছে,কিন্তু সিহঁতৰ সৰহভাগেই নাজানে) ৪৬:৪-৫(Calling on others besides God/আল্লাহৰ বাহিৰে আনক আহ্বান কৰা:link) . 🌗482-মিনি সূচিঃPart-482(46:06-10)Al-Ahqãf ৪৬:৬(মূৰ্তিবোৰে নিজৰ উপাসকক অস্বীকাৰ কৰিব) (🕋extra-Now the Hajj(Rock worshipping. In Macca nothing is Original.See the Video: https://youtu.be/bJASlVO6KXg ) ৪৬:৮(refs-৬৯:৪৪-৪৭(তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন) ৪৬:৯(নবী মহম্মদক(আ:ছা:) আনসকল নবীৰ ওপৰত বিশেষ মৰ্য্যদা দিবলৈ কোনে কৈছে?-See special Note at link) . 🌗483-মিনি সূচিঃPart-483(46:11-15)Al-Ahqãf ৪৬:১৩-১৪("যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব"-ইয়াতো তাতো। যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, অৰ্থাৎ কোৰআনৰ আদেশ নিষেধ প্ৰতিষ্ঠা কৰিব লাগিব মানে আখৰে আখৰে পালন কৰিব লাগিব। যিদৰে ইয়াত ইছতাক্বামৰ-ق و م(اسْتَقَامُو) ৰূট ব্যৱ...