🟦Part-400(35:29-35)Faater(Originator)
✔️Part-400(35:29-35)Faater(Originator) ✔️Video- https://youtu.be/WMhwOY-P8HM ✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" .___________________________________________ মিনি সূচিঃPart-400(35:29-35)Faater ৩৫:২৯-৩০(এই আয়াতত "এনেকুৱা এটা ব্যৱসায়"ৰ কথা কৈছে যিটোৱে আপোনাৰ জান্নাত কনফাৰ্ম কৰিব-টোকা চাওঁক) ৩৫:৩১(The Qur'an is The true Book of Allah) ৩৫:৩৩-৩৫(নিশ্চয় যিসকলে ঈমান🌿 আনিছে আৰু সৎকৰ্ম🌿 কৰিছে আল্লাহে তেওঁলোকক চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব-টোকা চাব) .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। .___________________________________________ 🌄৩৫:২৯ إِنَّ الَّذِينَ يَتْلُونَ كِتَابَ اللَّهِ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً يَرْجُونَ تِجَارَةً لَنْ تَب...