Posts

Showing posts with the label 🔰Part-493-494(47:29-38)Muhammad

🔰Part-493-494(47:29-38)Muhammad

✔️Part-493-494(47:29-38)Muhammad ✔️Video- #muktabulhussain Part-493( https://youtu.be/SPOn1zDEuqo ) Part-494( https://youtu.be/Ddveh0vnYCg ) .___________________________________________ 👉বিশ্লেষণ - চৈয়দ ৰফিক 👉ভিডিঅ'মুক্তাবুল হুছেইন(Pl see these Videos) .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩ .___________________________________________ মিনি সূচিঃPart-493-494(47:29-38)Muhammad ৪৭:২৯-৩০(এক কথাত-"অতি ভক্তি চোৰৰ লক্ষণ"। ভাল কথাৰ মাজতে কেতিয়া বেজীৰ আগৰ সমান এচুকুট KCN মিহলাই দিয়ে গমেই নাপাব) ৪৭:৩৩[1)The command to follow the messenger,2)To obey God and obey the messenger,3)Is it obey "Muhammad"?:Link] ৪৭:৩৬(তা...