🌀🌔৫৪
🌔528-529-মিনি সূচিঃPart-528-529(54:01-04)(54:05-15) Al-Qamar (The Moon) ৫৪:১(কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হোৱাৰ নিদৰ্শন: MOON SPLIT and APOLLO 11) ৫৪:২-৩ টোকা ("আল্লাহৰ-আয়াত") ৫৪:৪-৫(আগতে ঘটি যোৱা সতৰ্কবাণীৰ পৰা যদি মানুহে শিক্ষা ললেহেঁতেন তেতিয়া বিপদত নপৰিলেহেঁতেন) ৫৪:৯-১৫(NOAH: A LESSON FROM HISTORY: নূহৰ-আ:ছা: নৌযানত আৰোহণ নিদৰ্শনৰূপে আল্লাহে ৰাখি থৈছে যাতে মানুহে উপদেশ গ্ৰহণ কৰিব পাৰে। এই নৌযানত(ডাঙৰ জাহাজ) আজিও মানুহে আৰোহণ কৰি থাকে।) . 🌔530-মিনি সূচিঃPart-530(54:16-32)Al-Qamar ৫৪:১৭{(২২,৩২,৪০)আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো। মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিবও পাৰে-টোকা চাব) ৫৪:১৮(আদ: প্ৰত্যাখ্যানকাৰীসকলৰ বাবে পৰিণতি) ৫৪:২৩(COMMUNITY OF THAMOUD TESTED-Thamud and Lot’s People-54:23-40) . 🌔531-মিনি সূচিঃPart-531(54:33-55)Al-Qamar ৫৪:৩৩(LOT SAVED FROM CORRUPT PEOPLE) ৫৪:৪১(FIRAWN WARNED BEFORE RETRIBUTION) ৫৪:৪৮(এটা স্পষ্ট ঘোষণাপত্ৰৰ চিন প্ৰত্যাখ্যান কৰাৰ যন্ত্ৰণা-টোকাৰ গুৰুত্বপূৰ্ণ লিংক চাব) ৫৪:৪৯(আল্লাহে সকলো বস্তুৰ বাবে আইন নিৰ্ধাৰণ ...