🏟️Part-632(79:08-24)Al-Naaze'aat (The Snatchers)
✔️Part-632(79:08-24)Al-Naaze'aat (The Snatchers) ✔️Video- https://t.ly/5iRT .___________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .__________________________________________ ✔️ভিডিঅ'টেমপ্লেট: (Code:5-23) ৩:৭(মুহকামত আৰু মুতাশ্বাবিহ আয়াত): https://iiqassyedraf.blogspot.com/2023/07/blog-post.html .___________________________________________ মিনি সূচিঃPart-632(79:08-24)Al-Naaze'aat ৭৯:১৪(ref:কিয়ামত সংঘটিত হোৱাৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।) ৭৯:১৫(মূছাৰ ঘটনাটো পঢ়িছেনে? সকলোৱে বিচাৰৰ দিনা জীৱনত যিয়েই কৰিলে তাৰ উত্তৰ দিব লাগিব, আৰু এই দায়িত্বৰ প্ৰতি মানুহক সচেতন কৰাটো প্ৰতিজন নবীৰ মূল কাম- টোকা আছে।) ৭৯:১৮(পৱিত্ৰ কেনেকৈ হয়? টোকা আছে) .___________________________________________ 🏟️৭৯:৮ قُلُوبٌ يَوْمَئِذٍ وَاجِفَةٌ সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব। ._____________________________...