Posts

Showing posts with the label 🔰👉Parts-487-488(47:01-07)Muhammad

🔰Parts-487-488(47:01-07)Muhammad

✔️Part-Dual Parts 487-488(47:01-07)Muhammad ✔️Video- Two videos togather: 487(01-03)= https://youtu.be/CObOlLIpRZQ 488(04-07)= https://youtu.be/I5DIses43jg .____________________________________________ 👉বিশ্লেষণ - চৈয়দ ৰফিক 👉ভিডিঅ'মুক্তাবুল হুছেইন(Pl see these Videos) .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩) .___________________________________________ ৪৭:"ছুৰা মুহাম্মদ"ৰ ০১-০৭ৰ কিছু কথা: ।।। 🔴১)-নবী মহম্মদৰ (আ:ছা:) নামেৰে এই ছুৰাৰ নামাকৰণ কৰা হৈছে। গোটেই কোৰআনত মুঠ চাৰিবাৰ "মুহাম্মদ"ৰ নামটো আহিছে।(see sig note at 47:2) যেনেঃ  ১)-৩:১৪৪,২)-৩৩:৪০,৩)-৪৮:২৯,৪)-৪৭:২ আৰু এবাৰ আহিছে "আহমদ" হিচাপে(৬১:৬)।...