Posts

Showing posts with the label 💥Part-379(32:23-30)Sajdah

💥Part-379(32:23-30)Sajdah(Submission)

🌀৩৭৯-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-379(32:23-30)Sajdah(Submission) Video- https://youtu.be/XfQTA48WYfw . মিনি সূচিঃPart-379(32:23-30)Sajdah ৩২:২৩(কোৰআনৰ আগতে অহা ওহীৰ সমূদায় কোৰআনত সন্নিৱিষ্ট হৈছে-টোকা চাব) ৩২:২৪-২৫(২৩ নংৰ আগৰ ওহীক বিকৃত কৰাৰ দৰে বৰ্তমানৰ কোৰআনক পৰোক্ষভাৱে বিকৃত কৰি অৰ্থাৎ এক অক্ষৰ পঢ়িলে ১০ নেকি পোৱা আদি কথাকৈ ৰছুলৰ নামত মিছা কিতাপেৰে মানুহক মতিভেট কৰিলে।ফলত ৰছুলৰ মৃত্যুৰ পাছত ছিয়া চুন্নী আদি নানা দলত মানুহ ভাগহৈ গ'ল। ইয়াৰ মছলা ২৫ নংত আহি গৈছে) ৩২:২৬(কোৰআনত বেয়াৰ ফলবোৰ ইতিহাসৰ ধ্বংসাৱশেষ দেখুওই বেকাৰ পৰা চিধা পথৰ হিদায়ৎ ল'ব কৈছে। কিন্তু মানুহবোৰে কোৰআন মুখস্থ মতাৰ বাহিৰে কোৰআনৰ ভিতৰত সোমাব নিবিচাৰে। ফলত ছালাতত ছুৰা ফাতেহাৰ যোগেদি আল্লাহৰ লগত ডাইৰেক্ট সংযোগ স্থাপন কৰাৰ পাছত আল্লাহক পঢ়িবলৈ বা কোৰআনৰ কথা কবলৈ কয়ঃ  কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়।।আচৰিত নহয়নে?) ৩২:২৭(আল্লাহৰ নিদৰ্শন শূণ্যৰ পৰা অসীমলৈ বিয়পি আছে। নিদৰ্শন বোৰেই আল্লাহৰ অস্তিত্বৰ প্ৰমাণ। জ্ঞানীয়ে এইবোৰ বোজে। আচৰিত কথাটো হৈছে নিদৰ্শনেই প্ৰমাণেই "আ‌য়াত" যিবোৰ কোৰআনত সংৰ...