Posts

Showing posts with the label 🟦Part-399(35:19-28)Faater

🟦Part-399(35:19-28)Faater(Originator)

✅Part-399(35:19-28)Faater(Originator) ✅Video- https://youtu.be/In-vhHFncuU .__________________________________________ মিনি সূচিঃPart-399(35:19-28)Faater ৩৫:১৯-২৪(অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়,অন্ধকাৰ আৰু পোহৰো সমান নহয়,শীতল ছাঁ আৰু প্ৰখৰ ৰ’দো সমান নহয় আৰু সমান নহয় জীৱিত আৰু মৃতসকল।। গতিকে জীন্দা-লাছক কোনে আল্লাহৰ বাণী শুনাব পাৰিব? যিদৰে কবৰত  থকাসকলক কোনেও শুনোৱাব নোৱাৰে।। মহম্মদক(আ:ছা:) কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে পঠোৱা হৈছে।।) ৩৫:২৫-২৬(প্ৰত্যেক জাতিৰ বাবে ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি, গ্ৰন্থাদি আৰু দীপ্তিমান কিতাবসহ আহিছিল।) ৩৫:২৭(God's Colorful Creations-Note) ৩৫:২৮✔️(ref:আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে আছে বহুতো নিদৰ্শন-imp link চাব) .__________________________________________ بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ (আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। .__________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ...